পৃষ্ঠা:2015.450961.Kamrup-Ed-1st.pdf/৭৯

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


নিদিয়ে মক; টোপনিত হেঁগ পাই সেই মনে, দিন বা দাৰ, ৰাতি, মুকলিমূৰীয়া হই ভ্ৰমে এনে ঠাই যত তাৰ প্ৰযোৰ এই অধিকাৰ। কেতিয়া আহি পৰে মন-মালোপত ভবিষ্যৰ ৰহৰ মায়া; কেতিয়াবা মন বা দেহৰ, বিকাৰ হেতুকে দেখে নানা বিতৰিকা আৰু নানা যেমেললি; এইদৰে সপোনৰ গায়ে নানা গুণ। ৰুক্মিণ—প্ৰাণনাথ। আজি কত বহুৰ শেষ। অতীতত জাহ গল দূৰ ভবিষ্যত তলে তপে স্মৃতি কে বিস্মৃতিয়ে; তেও, প্ৰভু! কিয় নৰে মনৰপৰা পবিত্ৰ সি ছবিখনি শ্ৰথম পুৰ। কিয় বাৰু সিয়ে মোৰ সপোন কৃষ্ণ—কি দেলি সপোন পুৰৰ বিষয়ে? কষ্মিী বিচিত্ৰময় সি সপোন! দে পালে! পুত্ৰ মোৰ সাৰ মদন যৌন দিছে হৰি, সুৰলি সুঠাম শৰীৰ। লগত বুৰী এই নাৰী, পণে নিৰুপমা, বয়স অন-যৌৱনা। চুচুৰু-সমাফ কৰি কি ললাম চাপিনেহি কৰি মোৰ দেখিয়েটিকে,