পৃষ্ঠা:2015.450961.Kamrup-Ed-1st.pdf/৪৫

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


{ তৃতীয় অ-২য় মৃত কঠোৰ সন্ন্যাসী তেওঁ, কি খুবি দু আলমুৱা পাৰতীৰ! কী একেকেৰি; জলে লোৱা কৰি মই ভুলিলে-তালিলে, এতিয়াও তাই মোৰ কান্দি ভাত খায়। হিমালয় পাষাণ-পাণ মই; কিন্তু মোৰ এই শিলা হিয়াভেদি যিটি নিৱৰা ৰাগৰ, পানী তাৰ মধুৰ, ফটিকৰ ধাৰ! কন্যা মোৰ পাৰ্বতী তেৱ আৰু মোৰ কিৰীটি চিৰকাল শনি মিতি - তুষাৰৰ দৃষ্টি লকোমল; কিন্তু তাৰ স্পৰ্শ না বশঠিন গৌৰী মোৰ জানিবা তপ। চেনেহৰ উমি উমি তাপ পাই ৰাৰ খেতে গলি, কটুৱা হাতৰ বাবে তাই কিন্তু বঙ্গী। মেনা-বাৰ-বুৰ ৰহণোৱা কথা শালি কই টুটুৱাই ৰাখিদ্ধে সদায়; আজি মই নেৰে৷ সেইদৰে। এতিয়াই দূত পাচি এদিনলে পাৰ্ব্বতী অনিক তাই। হিম। হাতি হি)-ইদৰে পাতল মন যে কিম্বনে। সেই খলা ৰোলে তিতাফি। বাৰু, মা দূত পাই এতিয়াই অনাম বাতৰি; গুনি জুতৰ সুখে, মা গোৰী ৰতে-মলিয়ে। ৰূত। লোৰাই আছে।