এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
{ তৃতীয় অ-২য় মৃত
কঠোৰ সন্ন্যাসী তেওঁ, কি খুবি দু
আলমুৱা পাৰতীৰ! কী একেকেৰি;
জলে লোৱা কৰি মই ভুলিলে-তালিলে,
এতিয়াও তাই মোৰ কান্দি ভাত খায়।
হিমালয় পাষাণ-পাণ মই; কিন্তু মোৰ এই
শিলা হিয়াভেদি যিটি নিৱৰা ৰাগৰ,
পানী তাৰ মধুৰ, ফটিকৰ ধাৰ!
কন্যা মোৰ পাৰ্বতী তেৱ আৰু মোৰ
কিৰীটি চিৰকাল শনি মিতি
- তুষাৰৰ দৃষ্টি লকোমল;
কিন্তু তাৰ স্পৰ্শ না বশঠিন
গৌৰী মোৰ জানিবা তপ। চেনেহৰ
উমি উমি তাপ পাই ৰাৰ খেতে গলি,
কটুৱা হাতৰ বাবে তাই কিন্তু বঙ্গী।
মেনা-বাৰ-বুৰ ৰহণোৱা কথা শালি কই
টুটুৱাই ৰাখিদ্ধে সদায়; আজি মই
নেৰে৷ সেইদৰে। এতিয়াই দূত পাচি
এদিনলে পাৰ্ব্বতী অনিক তাই।
হিম। হাতি হি)-ইদৰে পাতল মন যে কিম্বনে।
সেই খলা ৰোলে তিতাফি।
বাৰু, মা দূত পাই এতিয়াই
অনাম বাতৰি; গুনি জুতৰ সুখে,
মা
গোৰী ৰতে-মলিয়ে।
ৰূত। লোৰাই আছে।