পৃষ্ঠা:2015.450961.Kamrup-Ed-1st.pdf/৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ায় -২য় দু] গো, অশোক, পশি, নাগেশ, কাঞ্চন, কৱি। মাগিলে মেলানি জি। দিহিলা আটায়ে মেলি অশুৰ দুৱাৰ; মোৰো জিয়া উৰাই সকলে চেনে। যাচিলো ঘূৰি সৱাটিকে। মহেশ প্ৰণয়-বাঞ্ছিতা লাঞ্ছিত কামিনী বুলি নিধিণোৱ। যদি, লোৱা আছি তেন্তে মোৰ হয়ৰ কৰ এই অঞ্চৰ অলি। দৃশ্যপট সলনি হয় দ্বিতীয় দৃশ্য হিমালয়ৰ অন্তঃপুৰ মেনকা--প্ৰাণনাথ! পৰাণতকৈও প্ৰিয় মোৰ পাক এৰি এই মহেশমত নিতে আছেহি সা; কিন্তু মোৰ মনে সহা নাই এতিলকে। পাতৰ কথা মুখচে মনৰ পৰা। আসী ছোৱালী মোৰ; নো। পাইয়ে দুধ। নো খাই গকে দেখছে বা কফিলোঁ। মই নালাপে নিদিওঁ মই বিবাহ;