পৃষ্ঠা:2015.450961.Kamrup-Ed-1st.pdf/৪১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


[ দৃষ্ঠীয় অফ-১ম বিজয়া-নাকাবিৱ, শখি। ইমাতে তোমাক এৰি অকই খাম আমি শুচি। যিদিনাই হল তুমি আশ্ৰম-সেৱিা, আৰু আমি হলে সহচৰী, শিদিনৰে পৰা আমি সঙ্গী হলে। তিনিওটি ৱনে-মৰণে। পাৰ্বতী-আকউ গাল দুয়ো শ্ৰণৰ মাজত জীৱনৰ মমতা নতুন। তথাপিও মহেশ-লঙ্কৰ আশা গুচে কাপি মোৰ অন্তৰৰ পৰা; সেইদেখি আমি সু-স্য সাক্ষী এই কৰিলে শপত। তপস্যা বলেৰে লাভ কৰি মহেশ কীৱনক সাধক মানিম; মঙ্গলে তপক্ষাতে ক্ষয়পাত কৰিম গীৱন। জয়া-সখি | এনে আলসুৱা কোমল দেহাৰে পুৰুষৰে অসাধ্য তপস্যা, কি সাহেৰে সাধিৰ শৰ্ষা ৰাখ। বাৰু? কোৱা নো, ইয়ান ঠোৰ হেনো তপস্যা সাধন। লাগিব পিবি নিতে বাকলিন, ভূমিত বাগৰি লাগে নিয়াৰ ধুমতি, ধৰ গিৰ আৰু কুমু খাই। ইকো বাৰি আছে মানশাজাত লোন মিশাল সংম; কেনেক যাৰু এনে তপস্যাৰ বাৰে ঠাতে এখিলা তুমি, সখি?