পৃষ্ঠা:2015.450961.Kamrup-Ed-1st.pdf/৩৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


তিন অ—২ কৃশ্য ] সাধনৰ পথ অংশই। আৰু চোৱা, চোঙ, কৰাৰ দৰে ই কাৰ্যৰ বাবে যদি মোৰ নাই অধিকাৰ; আনফালে, দেৱতাৰ যিটি কাৰ্য মোৰ বাবে সদ। হই ৰৰ চিৰ-অসাধিত, তাকেই বা অৱহেলা কৰো কি সাহেৰে। সচাকৈয়ে ই কাৰ্য্যৰপৰা, মঙ্গগত বিনে মই অমল দেখা নাই কাৰো। পোনতেই, দেৱতাৰ ভাগ্য সূৰ্য্য উদিলে পুনৰ আকাশত তাৰকৰ জেউতি-কণিকা নুষ অপুনি; ইন্দ্ৰ বৃহস্পতি আদি তোই পাৰে মানে আশিষিব মোক। তদুপৰি, পৃথিৰ দিগন্ত বিজ পুণ্যশালা হিমাদ্ৰি-দুহিত। শৈলজাৰ হয় যদি হৰৰে মিলন, আশিষৰ সীম। কি থাকিব। ভক্তিমতী যোগ্য পাত্ৰী লতি, হৰ বিতৰি কামক প্ৰমা। কিনো আসোহ তেনে থাকে ই কাৰ্যত? ৰতি—এনে সুশৃঙ্খলভাৱে হলে সকলোটি নাই কোনো ভয় কাও। কিন্তু না। শিশিৰত বসন্তৰ আগমন যেনে স্বাভাবিক নালাগে মমত, পৰশয় আগতেই পাৰ্বতী কামভাব দু কাও জেনে নয় সহ।