সমললৈ যাওক

পৃষ্ঠা:2015.450961.Kamrup-Ed-1st.pdf/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[ দ্বিতীয় অঙ্ক-২য় দৃণা কামৰ অগনি। দেশিহা সকলো নিয়ে। সৃষ্টিকৰ্তা ব্ৰহ্মই নিজেও যাৰ এনে কুসুমিত আঘাতৰ মহত্ব মানিলে; ভূবন-বিজয়ী সেই যখনি লই, কোৰানে কি, হম মই ভগ্নমমোৰ? ৰতি—আপোনাৰ মনেই মঙ্গল। এতিয়াও যদি ভাব। নাই অমঙ্গল, কৰা তেন্তে উচিত যি হয়; নোপজাও বাধা ভাত। মদন—অমঙ্গল। কিয় কোৱা অমঙ্গল বুলি আজিয়েই মদন দুই জানত। মঙ্গলৰ প্ৰথম সুচনা! চোৱা তুমি, যদি হৰপাতৰ দাম্পত্য প্ৰেমৰ সূত্ৰপাত দিব পাৰো কৰি, তাৰ ফলে শঙ্কৰৰ ঔৰ প্ৰথম সন্তানে তাৰকাৰৰ বংগ কৰি আপাত উৰিব অচিৰেই দেৱতাৰ ফুল।। কি মহা মঙ্গল তেনে হব সংঘটিত। আৰু চোৱা, ইয়াৰেই কাৰণে কনা সৰগী সুযোগ আহি মিলিহে আপুনি। অলপতে ফুল তুলি সাগৰে পাৰ্বতী লাহি আন পিনে, মহেশ সেৱাৰ কাৰণে;-সেয়ে যে মুঠিত মোৰ হৰ আহি গান শাত চেকা ফুল। আষাঢ় মাছে উঠ} চমক।