এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
ৰূপ
[ দ্বিতীয় অ-২য়-দৃশ্য
মৰিব নোৱাৰি। তাৰ সলনি তোমাৰ কথাখিনিকে
কৈ পেলোৱা।
বিজয়া—তেনেহলে ওনা, মোৰ কথাৰ আধ্যা পলি। পিছে,
. সখি! আমাৰ বৰকৈ মন গৈছে, এই বিয়াৰ তলতে
তোমাক যেন নোৱাই-ধুৱাই শঙ্কৰলৈ বিয়া দিবলৈ পাওঁ।
জয় -সখি, মোৰো সচাকৈয়ে তেনে এটা হেঁপাহ উপজিছে;
কিয় জানো, কব নোৱাৰে।
পাতী -( কৰি আঁতৰি গৈ) আহা, সীহত! বহুত পলম
হল। আঙ্গিবসন্ত কালৰ প্ৰথম ফুলৰ খুলিৰে প্ৰভু শঙ্কৰৰ
পদত অঙ্গলি দিওঁগৈক বল।।
ফুল তুলি লৈ তিনি লাই যায়।
দ্বিতীয় দৃশ্য
শঙ্কৰৰ সাধন-ভূমিৰ পঁাতি।
মন আৰু ৰতি চুচুক-৪ামাককৈ সোমাই আছে
মদন- তি! সচাকৈয়ে হিয়া মোৰ কিয় আমি
বিচঞ্চল লাগিছে সনে? ইতািতে
বসন্তই মত পাতিলে শাসন;
গছ-লতা-পাত উঠিছে শিবি
মৈন মতলীয়া হই; বিকুল
তোমাই ৰামৰ মলত পৰি পৰি,
দুগুণে গোল কৰি দিয়ে ফুল।
২