পৃষ্ঠা:2015.450961.Kamrup-Ed-1st.pdf/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

  • দ্বিতীয় স্ব-১৯ দৃশ্য

ভৰিৰ তলুৱাখনিও যেন ঠিক দুপীয়া নাৰ্জি ফুল যেন ৰঙচুৱা। পাৰ্বতী—সাইলাখ, সখি। সাইলাখ। তুমি বৰ মোহলা কথাবোৰ কব জানা। বিজয়—তেওঁ যেন বছৰেপতি নকৈ আটকধুনীয়া দৰাৰ দৰে সাজিপাৰি আহে। আৰু যেন বৰ লাজকুৰীয়। তেওঁৰ সেই হাঁহিটি যেন নকৈ ফুল। চেনিচম্পাৰ কলিটি হে। পাৰ্বতী-বৰ ভাল শুনি, সখি! কৈ থাকঁা! বিজয়-কাজৰ ভাও জুৰি। নকওঁ যোৱা! মোৰ কথা শুনি তুমি পেটে পেটে হিছা আৰু মুখেৰে টাই; বোলে “মুখে শটুপটু। ভিতৰি কপট!!” পাৰ্ব্বতীচোৱাচোন বাৰু, জয়া! মই নন কি ভিতৰি কপটটো কৰিলে? তেওঁ কানে মোক এনেয়ে এনেকৈ বুলিব পায়? শয়া-আহ, আহা, পথি। বোলে 'নমো নমো পাৰিজাত। কুকুৰেলে যাহি গাত। বৰ কথাষাৰ হলতাতে যদি ‘নগৰত জগৰ লাগিল, সাগক; আই।। ভাকে নন এতিয়া কোনে আকৌ ৰা শৰাইখন লৈ ভাবলৈ যাব? বিজয়া-থাকা, খা; তোমাক না কে মাতিছে ফোনে। আমি পাৰ্বতী সখীৰ নিচিনা আৰু মালতী নহয় নেও, হলেই মৰিবলৈ। লাইনে কে তেও পিজি হে চালো। পাতী না, মোৰ পিভিকি চোৱা মোৰ এতিয়া। আমি কিিনয় নি।