পৃষ্ঠা:2015.450961.Kamrup-Ed-1st.pdf/২৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


মকাপ [ দ্বিতীয় অঙ্ক-১ম দৃশ্য পশু-পী, তৃণলতা। উল। বসন্তৰ প্ৰেৰণাক নিদিবা আশ্ৰয়! নন্দী ওলাই যায়। তাৰ অপৰ পিছতে অ বww | পাৰ্বতী আৰু প্ৰয়া-বিৰা সোমাই আছে। পাৰ্বতী—দেখিছ। নে, সখীহঁত। বোলে। এইপিনে মন কৰাচোন; কালি আমি সিমানকৈ পানী সিচি মিচি কথমপি জীয়াই থৈ যোৱা সে ফুলজুপি আজি কেনেকৈ ফুলি আছে! জয়া—এৰা; নুফুলিব নো কিয়? আমাৰ পাৰ্বতীৰ হাতে- ৰোৱা ফুল হে তেও! পিছে বোলে। তুমি যে অবিলুৱাৰ পৰা মুৰৰ চুলিলৈকে স্বাৰ পাৰিজাত ফুলৰ নিচিনাকৈ ফুলি আৰ্ছা, এই কথা নাই বল? পাৰ্বতী—থোৱ হেঁ; ভাল কথা বলে আকৌ তোমাললাকে চুপতি কৰিবলৈ লাগা। ( দুখোক্সমান আগবাঢ়ি গৈ) এ, আই! বিজয়া। মোৰে শপত, চোৱাচোন; গোটেইখন ফুলনি কেনেকৈ ফুলে-পাতে মক্ষম হৈ আছে। কালি দেখি গৈছো, ফুলনি নিমামাও! আজি কেইদিন হল, পানী দি দি ভাগৰিলে।! তুমি ইমান মৰি-পৰি লাগি, ফুলা বুলি যদি কেলেই এপাহ ফুল ফুলাৰ পৰিল। হেতেন। পিছে দেখোন আলি ফুলবোৰ আপুনিয়ে ফুলি ফুলনি উলহ-মালহ লগাইছে। বিজয়া--গাটিহে গহীন, মনটিও আমাৰ সখী দেখেন সদায়েই উৰি-যাও-পঘিলা। তাতে আতি অকস্মাৎ নিমাতী ফুলনিগৰি নিজৰে নিচিনা দীপলিপ, গাকটা যেন