এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
এম
ওয় দৃশ্য
মাধৱী-অতি সজ কথা তেনে, প্ৰিয়। পিছে জানে।
সমীৰৰ কাষাই পঠা বাতৰি।
ফস-সৌষ চোৱ। এইফালে আহে সমীৰণ।
ফিফিৰীখা পাতল পাটৰ সাজ পিবি সমীৰণ সোমাই জাহে।
বুজিছা নহয় তুমি কৰ্তব্য তোমাৰ?
যোৱা তেন্তে, আগমনী গোৱ। বসন্ত।
দেখিলে তোমাক যোৱা গছ-লতাবোৰে
নৱ সৰু পিন্ধিব পুন; কলিবোৰে,
তুমি গলে, পেলাব মিচিকি হাঁহি মাৰি।
তোমাৰ লগত যাব প্ৰিয় সঙ্গা মোৰ
কোকিল কোতো আদি বিবিধ গায়ক;
সকলোৰে সঙ্গমত আমবাসীয়ে
উছৰৰ পাব পৰিচয়। তুমি গই
এইদৰে উচটা দিবা সকলোকে,
কামে যেন মহেশকে বিয়ে ততালিকে।
সমীৰ-আকি শীতল মই উম্মাদনা সানি।
মাধৱী বসন্ত দুয়ো আহ! পিছে পিছে।
| এলাই যায়।
বসন্ত-অভিনৱ! অভিনৱ এই আয়োজন?
সৃষ্টি-পানিৰে পৰা হোৱা নাই এনে
বা অপূৰ্ব সন্তাগ। লিখাৰ
ই কাহিনী, প্ৰকৃতিৰ অমূল্য গ্ৰন্থত |
দুলা লা; আয়