পৃষ্ঠা:2015.450961.Kamrup-Ed-1st.pdf/১৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


এম ওয় দৃশ্য মাধৱী-অতি সজ কথা তেনে, প্ৰিয়। পিছে জানে। সমীৰৰ কাষাই পঠা বাতৰি। ফস-সৌষ চোৱ। এইফালে আহে সমীৰণ। ফিফিৰীখা পাতল পাটৰ সাজ পিবি সমীৰণ সোমাই জাহে। বুজিছা নহয় তুমি কৰ্তব্য তোমাৰ? যোৱা তেন্তে, আগমনী গোৱ। বসন্ত। দেখিলে তোমাক যোৱা গছ-লতাবোৰে নৱ সৰু পিন্ধিব পুন; কলিবোৰে, তুমি গলে, পেলাব মিচিকি হাঁহি মাৰি। তোমাৰ লগত যাব প্ৰিয় সঙ্গা মোৰ কোকিল কোতো আদি বিবিধ গায়ক; সকলোৰে সঙ্গমত আমবাসীয়ে উছৰৰ পাব পৰিচয়। তুমি গই এইদৰে উচটা দিবা সকলোকে, কামে যেন মহেশকে বিয়ে ততালিকে। সমীৰ-আকি শীতল মই উম্মাদনা সানি। মাধৱী বসন্ত দুয়ো আহ! পিছে পিছে। | এলাই যায়। বসন্ত-অভিনৱ! অভিনৱ এই আয়োজন? সৃষ্টি-পানিৰে পৰা হোৱা নাই এনে বা অপূৰ্ব সন্তাগ। লিখাৰ ই কাহিনী, প্ৰকৃতিৰ অমূল্য গ্ৰন্থত | দুলা লা; আয়