পৃষ্ঠা:2015.450961.Kamrup-Ed-1st.pdf/১৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


[ প্ৰথম নয় মুখ খুন্দিয়ানা জহি কিয় হৃদি-মন্দিৰ বা দুৱাৰত মোৰ মান পুৱাতে। বা---এতিয়াও পুৱা হোৱা নাই; কিন্তু, মোৰ প্ৰেয়সী মাধৰি! সমসময় জ্ঞান হেৰুৱাই মই, তোমাৰ ঘৰত আজি থিত দিছে। প্ৰণয়ৰ পথিক বেশেৰে পিয়াহত ছাটিফুটিকই; নিয়া যদি মেলি সেই হৃদয়ৰ বন্ধন দুৱাৰ!~- মাধৱী-- চাই এতিয়া যদি পুৱা হোৱা নাই, পুত তোমাৰ এই প্ৰিয় সমাগম, শতেক বৰেণ্য তেনে অলিৰিকাৰ আজি এই গোপন দুৱাৰ। বাধা দিয়া বিৰিখৰ ফলেইহে অতি সুমধুৰ? কিন্তু প্ৰিয়! নেমেৰাবা বাক্যৰ জালেৰে; কো। মকতে কিয় দিল পৰিশন। বসন্ত-শুনা মোৰ মধুৰ ধৰি। প্ৰিয় সখা কৰ্পৰ ইত্মা অনুসাৰে, আমি গই, মহেশৰ আশ্ৰমত পাতি দিব লাগে সৌন্দৰ্যৰ নতুন পোহাৰ; প্ৰকৃতি ৪াণে প্ৰাণে লাগিব তুলিৰ মাধুৰীৰ সুচঞ্চল কোম লহৰী; অভিনয় গুলশৰ কৰি দিব লাগিব শাণিত। হব লাগে ওত এনে উনাদ বিপুল, হয় যেন গৌৰী মিলনকুল।