পৃষ্ঠা:2015.450961.Kamrup-Ed-1st.pdf/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তৃতীয় দৃশ মাধৱীৰ শােৱনি ঘৰ। মাশয়ৰ গীত আহ আহ, সখি! আই ; | মোহন অতিথি। আহা! বাছিত তুমি, অগাচিতে আহি | হৃদি-অালন । ফিনো মই সুভাগিনী ! | শিং-=ান সাঞ্জি, ঘুমটি-মান থাকোতে, হে প্রিয় ! দিলা দেখা আহি আজি ! ( মোৰ) য় পৰা মালাধাৰি, বিৰং-বিল এখনি হিয়; | চৰ-পৰশে পল পুলকে, ইমাে কি সৰগী মায়া। গীত শেষ হোৱাৰ লগে লগে ফুলাম লতাৰ কিটিৰে বসন্ত সোমাই অংহে মাধ—কিয় অলি অযাচিতে কিয় বাৰ মােন মৃতি হল হঠাতে উদয় । মাখাৰ ভাগ্য-চলত। আহ, আহ ; এখকে । হৃদয়ৰ দুৱাৰ গলিত বই থাকি তুমি, মােৰ আকুল অতিথি। নিগিব। কাৰত হানি বিম আঘাত।. কোৱা, শত সুমধুৰ অতীত স্মৃতি। এহেলিক। ভেদি, শত নিশাৰ সপোন পাৰ হই । নৱ প্ৰভাতৰ দৰে, ১৪