পৃষ্ঠা:2015.450961.Kamrup-Ed-1st.pdf/১৫

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


শপ [ এম — শ্য জানা তোম দুয়োটিৰে তপস্যাৰ গুণে পুনৰ্জন্ম পালে তেও তোমাৰ ঘৰত। সংসাৰৰ কোনো ব্যৱধানে, নোৱাৰিব ভাঙি দিব ইজন্মৰ পুণ্য পৰিণয়। নিমিত্তৰ ভাগ তুমি হোৱা, মহাৰাজ। | নাৰ ওলাই যোত দুয়ে প্ৰণাম জনায়। হিম-নাপাহৰো মহৰ্ষিৰ দয়া কোনো কালে! চোৱা, গিয়ে! কেনে মহা সন্ধিৰ শত দৈৱিক উপায় আনি মিলায় ঈশ্বৰে। যেনে তেনে উপায়েৰে শিৱৰ হাতত সপি দিব পাৰে। যদি এই তনয়া, অভীষ্ট সিদ্ধিৰ আশা নহয় দূৰত। মেনকা মানিছে অনুৰে মোৰ নাৰদৰ কথা। কিন্তু, নাৎ! আলসুৱা পাৰ্ব্বতীয়ে মোৰ আশ্ৰমৰ কষ্ট বাৰু সহিব কিদৰে। হিম স্বভাৱতে সিদ্ধ তাই যোগী শঙ্কৰ শুক্ৰবাৰ সকলো কামতে; সেইবাবে, সমূলি নিদিও ঠাই আশা হিয়া নহৰ শিৱৰ উমা সুযোগ্য গহিণী। দৃপট সলনি