পৃষ্ঠা:2015.450961.Kamrup-Ed-1st.pdf/১৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


১ প্ৰথম অঙ্ক-- ২য় দৃশ্য ] নাৰদ--দেখুৱাই দি যদি উপযুক্ত বৰ, কৰিবানে তুমি তাৰ মুখত বিধান? হিম--তদুপৰি, বান্ধৰাই ৰম চিৰকাল | দেৱৰি নাৰদৰ চেনেহপাশত। নাৰ-নাভাবানে শঙ্কৰেই মোৰ কাৰি | উপযুক্ত পাত্ৰ অতি, সৱাৰে মাজত? হিম-উপযুক্ত পাত্ৰ সচা। পিছে, হে দেৱষি! কোন সাহে আগ বাঢ়ে। এনে প্ৰস্তুৱেৰে। নাৰ মোৰ উপদেশ তেঞ্চে লোৱা, গিৰিৰাজ। ভাৰ ঠেলাত, সৰু হই সৰকাই। জ্ঞানীৰ ধুম। শঙ্কৰৰ অনুৰক্ত। তোমাৰ কন্যা, আশ্ৰম-সেৱিক ৰূপে নোৱাৰিব নি নোদি সহজতে? হিম-শুনিছো, শঙ্কৰ বোলে বহিছে যেগত; ৰাখিব এতিয়া জানো মোৰ ওনোক আলম পোকা ৰূপে মহেশে কাষত? নাৰ-মানি লোৱা কৰা মোৰ; ৰাখিব শঙ্কৰে। হিম---নমনে সন্দেহ, প্ৰভু! আশ্ৰম-সেবিকা হলে বা কিৰূপে হয় উমাৰ বিবাহ? নান-ভাৰ্ষা নাই শঙ্কৰৰ পাৰতী বিহানে। শুনা তেন্তে পুৰ্বকথা; এৰে সুতা, সা নামে সিটো খানমত, স্বামী হেতু কৰিছিল ফীন উগা। পুশ-বলে শুধু তেও পাৰ স্বামী হক নিঃ।