পৃষ্ঠা:2015.450961.Kamrup-Ed-1st.pdf/১৩

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


[ প্ৰথম অঙ্ক-২ * হিম—কি কোৱা, মেনকা, তুমি? সহ অধিক মোৰ পুত্ৰ আৰু কন্যাৰ মাজত বিটি জীৱন-প্ৰদীপ ৰূপ মোৰ, সেইটিক নাপালে উচিত বৰ, দিওঁ কোন সতে বিচাৰিলে বিম ও ত কৰি পাওঁ পাত্ৰ কৰবাত দুন এক্ষন; তাকে বাৰু, চোৱ। ভাবি, হঠাতেই গই ফোন সাহে দিওঁ যাচি ই হেন ৰতন? মেনকা-বুজা নাই জানে। সিটে। মই? ইফালেও | এনেতে দূত সোমাই আহি সেৱা খায়। দূত-মহাৰাজ! দুৱাৰত দেৱৰ্ষি নাৰদে নিবেদিছে আপোনা সাক্ষাৎ অচিৰে। হিম-নাগই মহৰ্ষিক ৰজাৰ বিনয়। দূত এই যোত না সোমাই আকে। কিমালা | আমমা দুয়ো ঠিকৈ আন দিয়ে। প্ৰথমে চৰণ, ঋষিৰাজ। জানো দয়া কৰি কিবা শুভ উদ্ধেশেৰে আদি হঠাতেই পদাৰ্পণ কৰিলেহি পৰ্ণ কুটি। নাৰমহাৰাজ, আছে মোৰ উদ্দেশ মহান। শুনিছো, তোমাৰ আছে পাৰ্বজী নামেৰে পে-গুণে দিব্য কন্যা এটা; তেলকে যোগ্য পাত্ৰ পোৱা নাই তিনিও পোঞ্চত? হিম-নিছে নি তেন্তে সত্য কাহিনীকে। ১)