পৃষ্ঠা:2015.450961.Kamrup-Ed-1st.pdf/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[ প্ৰথম অঙ্কম মৃ আৰু তাতে ছল ছাই, চোকা শৰ হানি মিলন-মাল পাণ কৰিবা দুইকে। মদন-উত্তম ব্যৱস্থা এয়ে। নাৰদৰ উপদেশে উমা যদি পাৰে হব আশ্ৰম-সেবিকা, আৰু কি লাগিছে মোক! ততালিকে অকাল বসন্ত মই কৰিম সূচনা। গছে গছে ফুলে ফুলে স্ব’বই বই মাধৱীৰ মৃদুল হিল্লোল; কানন কোকিলৰ কণ্ঠস্বৰ শুনি, মহেশৰ পৰাণতো দাকিব মনে! সাজু হই থাকি মই, ইন্দ্ৰৰ বজ্ৰতো সুকঠোৰ অব্যৰ্থ কুসুম-শৰ এৰিম তেতিয়া। মাগিলে। মেলানি, স্বল। আপোনাৰ প্ৰতিজ্ঞা নাপালি মই নাহিম উলটি। ই--যোৱা, তুমি জয়যুক্ত হোৱা, ৰতিপতি! পুনৰ সেৱা জনাই মন পাই না। জিলিঙনি দেখিছো আশাৰ! এতিয়াও হোৱা নাই অস্তমিত ইন্দ্ৰৰ প্ৰভাৱ! দেৱতাসকল, ধোৱা সৱে ঘৰাথৰি; খন্তেক জিৰাওঁ ময়ো শান্তিৰ মোহত। সকলো হিহি স্বাৰ।