এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
প্ৰথম অঙ্ক-১ম দৃশ্য ]
সবাগুটি মিলি, ৰঙমনে আছেগই
তাৰক-পুৰীত, পৰিহাস কৰি কৰি
দেৱতাৰ এনে হীন ভাগ্য-বিপৰ্যয় :
মদন-কিনো উপায়েৰে স্বৰ্গৰাজ! হক বিন্ধিলে
ফুলশ, দেৱতাৰ পৱিত্ৰ মঙ্গল।
পাৰে বাৰু মোৰপৰা হব সঘটিত?
ইন্দ্ৰ--শুনি যোৱা, পশৰ! তাকে। মোৰ মুখে।
অমৰণ বৰ কি দিছিল ব্ৰহ্মাই;
কিন্তু সেই ব্ৰহ্মায়ে এতিয়া, সাপ তই
দশি মোক, উদ্ধাৰিব খোজে বেদাৰূপে;
শৰ ঔৰসৰ এটি সন্ধানে
তাৰকক বধিব পাৰিব, এই বাৰ্তা
দিছে মোক কই। আনফালে, আছে সেই
মহেশৰ যোগ্য কন্যা হিমাদ্ৰি তনয়া,
যাৰ ৰূপ-গৰিমা অতুল; তেৱো আজি
প্ৰথম যৌনৰ দুৱাৰ দলিত!
তেওঁষেই সেন্দুৰীয়া প্ৰেমৰ পদূলি
সজীব লাগিব তুমি সুশোভন কৰি
মহেশৰ গুণৰ বাবে। ইফালেদি
গইছে না; হিমাদ্ৰিক কই তেওঁ
মহেৰামত, পাতি দিব পাৰ্বতীক
ৰৰ চৰপেয়িকা। অন পিনে
শীৰ কল আদি লগৰীক ই
পাতি দিবা তাতে গই মাঘৰীৰ মেলা;