পৃষ্ঠা:ৰেইনী.pdf/৩১

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ৰেইনী


 তাই ঘোঁৰাৰ পৰা নামিল। ল’ৰাটো আগবাঢ়ি আহি তাইৰ হাতত ধৰি মাফ্ খুজিলে। তাই মন কৰিলে সেইদিনাৰ কঠোৰ বলবান ল’ৰাটো নতুন হৈ তাইৰ ওচৰত থিয় দিছে। মুখখন ধুনীয়া লাগিছে। চকুত অকণো খং নাই। কঠিন হাতখনো কোমল, বন্ধুত্বৰ চিন।

 ৰেইনীয়ে তাক হাতেৰে মাফ্ কৰাৰ ইঙ্গিত দিলে।

(৩০)