পৃষ্ঠা:ৰেইনী.pdf/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ৰেইনী


আচৰিত ভাৱে ৰেইনী ভাল হৈ আহিল। পেটৰ বিষ নাইকীয়া হ’ল। হাত-ভৰিলৈ শকতি আহিল। লাখুটি এডালৰ সহায়ত তাই খোজ কাঢ়িবও পৰা হ’ল।

 খোজ কাঢ়িব পৰা হ’লত তাই ফৰ্মুটিয়াই গুই, চৰাই-চিৰিকটি বধিলে। তাকে পুৰি য়ু

আৰু তাই পেট পূৰালে। য়ুয়েও তাইক চিকাৰত সহায় কৰিলে। লাহে লাহে ৰেইনী একেবাৰে

( ১৩ )