পৃষ্ঠা:ৰাস ক্ৰীড়া.djvu/৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

গোৰী শঙ্কৰ ছপাখানা।

 আমাৰ এই ছাপাখানাত লকলো ৰকমৰ অসমীয়া বঙলা ইংৰাজি কিতাপ নিমন্ত্ৰন পত্ৰ, বিলফৰম, ৰছিদ, লেবেল, চেকবুক, কাৰ্ড, হাত জাননী, বাগানৰ হাজিৰাবহি, এগ্ৰিমেণ্ট ফৰম আদি সকলো কাম উচিত দামত সুন্দৰ ছাপাহয়। কাম খুব সোন কালে দিয়া হয়। পৰীক্ষা প্ৰাৰ্থনীয়।

শ্ৰীনন্দেশ্বৰ চক্ৰবৰ্ত্তী।