পৃষ্ঠা:ৰাস ক্ৰীড়া.djvu/৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধনত এটা সমস্যা হৈছে
৪৬
ৰাস ক্ৰীড়া।

কি মতে বৰ্ত্তিবো হেন কৃষ্ণক নেদেখি। আ উৰ গোপী বোলে মোৰ কথা শুনা সখি॥ দিব্য গন্ধ তুলসীৰ কৰি মধু পান। ভ্ৰমৰে গুঞ্জৰি ধৰে কৃষ্ণৰ যোগান॥ সুন্দৰে অধৰে যেবে কৰে বংশী ধ্বনি। মোহ হুয়া কমল বনৰো পক্ষী শুনি॥ হৰিক এপাসে আতি স্থিৰ কৰি চিত্ত চক্ষু মুদি আনন্দতে মৌনে শুনে গীত। পকীও মোহক যায় যাৰ বংশ শুনি। কিনতে ধৰিবো প্ৰাণ হেন হৰি বিনে কেহ। গোপী নোলে স শুনিসে ৰানে সমে পৰ্বত চী: চপ

কে হৰিন কৰে পূৰি ২শ'।

মিত্ৰ বুলি মেঘে কৰে মধুৰ তং'। চত্ৰ ধৰি উপৰে বৰিৰে দি ফুল। হে হৰি বিয়োগে কি নুহৰ 'ৰু কতে গোপী যশোদাত কৰে হত। বেণু বাদ্য কুশল তোমাৰ প্ৰিয হত। যখন বংশীক চুম্বি ভোলে সুৰ জাতি ব্ৰক্ষ। ৰুদ্ৰ আদি দেৱে। হোৱেমোহ!