সমললৈ যাওক

পৃষ্ঠা:ৰাম-নবমী নাটক.pdf/৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ৰামনবমী নাটক সোণা। তয় যেতিয়া যম পৰীলৈ যাবি তেতিয়া হব। এবাৰ আমাক অনগ্ৰহ কৰিবা? মঙ্গল। ময় গলে হল কি নহল। সোণা। যমে কৰিব যা। মঙ্গল,। তোমাৰ অনগ্ৰহ আৰু নিগ্ৰহ ইয়াতে মোৰ যম আছে। সোণা। আৰু চেলাব নেলাগে দিয়া। ময় যাও সাঁজ লাগিল। মঙ্গল,। সাঁজ লগাত তো ভাল হইছে। লাগক দে। আহাঁ! ৭৫. সোণা। তোৰ চধ্যেও পৰুষৰ মাৰত ময় নাযাঁও। মঙ্গল,। অঃ তয় দেখোঁ বৰ সাহ পাই গলি। ৰঃ কোন বাপেৰেনো ৰাখে। সিহতক মৰম নকৰ? ৰাখকহি মাত? ময় আকৌ ভালক প্ৰতি কও সন্ধ্যা লাগিছে। এই আকৌ গালি পাৰে। সোণা। তাকে নকঅ কিয়। তয় দেখো আকৌ বিগতি কৰ। [৬৩] মঙ্গল,। তুমি মোক কৰা। আজি যদি নকৰ তেন্তে চাবি? সোণা। কিবা চাম। . . মেখেলাৰ কানিৰ পানীৰে বাপেৰ মাৰৰ তৰ্পণ কৰিবি নে কি। মঙ্গল,। অঃ দেখোঁ বৰ সাহ পাই গলি। বাৰু দিয়নে নিদিয় পাৰোঁনে নোয়াৰোঁ চাওঁ ( বলৎকাৰোদ্যোগ ) সোণা। ঔ বাই! ” ধৰ! – আই! ধৰ মোক খাই ঔ! নেপথ্যৰপৰা। সোণালী চাইছোঁ ভয় নেখাবি। মঙ্গল,। ভাল সাৰিলি যা আজি। পাম যা দিন কাল আছে। [ ইতি প্ৰস্থান ] সোণা। ভাল ৰক্ষা পৰিলোঁ আজি বহুপাই! এই নষ্ট যোয়াই দেখো সৰ্ব্ব নাশ কৰিব খুজিছিল। গিৰিহতৰ আগত কই দিওঁ ৰঃ! হয় তয়েই থাক নহয় ময়েই থাকোঁ বাক যা। [ ইতি প্ৰস্থান। ] চতুৰ্থ অঙ্ক সমাপ্ত [৬৪]