পৃষ্ঠা:ৰাভা জনজাতি.djvu/৯৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ধ ৮৭ হৈ ৰাভাসকলেও আন আন জাতি আৰু ধৰ্মীৰ মানুহৰ লগত সামূহিকভাবে দুৰ্গা, কালী, গণেশ, কাৰ্তিক, শিৱ আদি দেৱ-দেৱীক মূৰ্তিৰূপে ৰূপায়িত কৰি সাকাভাবে পূজ বলি- বিধানৰ ব্যৱস্থা কৰে, এইফালৰপৰা এওঁলোক শাকধৰ্মী আৰু জড় উপাসক। সৃষ্টিৰ ৰহস্যৰ ফালৰপৰা ৰাভাসকলে যতবাদ স্বীকাৰ কৰিলেও বহু দেৱ-দেৱী আৰুভূত-প্ৰেতাদিৰ অস্তিত্ব দৃঢ়ভাবেীকাৰকৰে। তেওঁলোকেৰে যে,সৃষ্টিকৰ্তাৰ ইচ্ছামতে বহু দেৱ-দেৱী, ভূত প্ৰেত, ডাইনী-যত্নিী আদিৰ সৃষ্টি হৈছে। এই সকলোবোৰে সৃষ্টিকৰ্তাৰে অংশ বিশেষ। এই সকলোবোৰ এফালে যেনেকৈ মানুহৰৰ উপকাৰী আৰু হিতেণী, (Be nevolent) আনফালে তেনেকৈ মানুহৰ প্ৰতি হিংসাপৰ আৰু ঈৰ্বাপৰায়ণ(Molevolent)। ৰাভাসকলে বিশ্বাস কৰে যে, সিহঁতকবলি বিধান আৰু পূজা-অৰ্চনাৰ সন্তুষ্ট কৰি বিৰ পাৰিলেহে মানুহৰ উপকাৰ আৰু অভীষ্ট সাধন হয়; আৰু সিহঁতৰ কোসৃষ্টিত পৰিলে মানুহৰ বহু ক্ষতি সাধন হয়। সেইকাৰণে এই কলোবোৰ প্ৰতি এওঁলোকৰঅগাধ বিশাস আৰুভক্তি।ৰাভাসকলৰ কেইটিমান দেৱ-দেৱী আৰুভূত-প্ৰেতাদিচমুবিলত উল্লেখ কৰা হলঃ- দেৱ-দেৱীসমূহ (১)‘খোচি’ আৰু ৰায়খো’? ‘খোচি’বা বায়খো’ৰাভাসকলৰ প্ৰধান অধিষ্ঠাত্ৰী দেৱী।প্ৰাচীনকালপেৰাতাসকলে কৃষিকৰ্মৰ দ্বাৰা জীৱিকা নিৰ্বাহ কৰি আহিছে। সেইকাৰণে ‘খোকটি’ ৰায়গোক কৃষিৰ অধিষ্ঠাত্ৰী দেৱীৰূপে ৰূপায়িত কৰি বলি-বিধান সহ পূজা-অৰ্চনা কৰি আহিছে। খোটি’ পূজা ৰাভাসকলৰ ডাঙৰ আৰু প্ৰধান ধৰ্মীয় উৎসৱ। এই পূজা সামূহিকভাবে বছৰত এবাৰ কৰে। সাধাৰণতঃ এই পূজা আগতে বহাগ-জেঠ মাহৰ ভিতৰত কৰিছিল। বৰ্তমান শাওণ- ভাদ মাহৰ ভিতৰতোকৰে।সাতদিন সাততি ধৰি এই পূজা উৎসৱ চলে।বৰ্তমান অৰ্থনৈতিক জটিলতাৰ বাবে তিনিদিন তিনিৰাতিলৈকে পূজা উৎসৱ চলায়। পূজাৰ কেইদিন সামূহিকভাবে ভোজন কৰে। মদ খোয়ও যথেষ্টভাবে চলে। দেৱীৰ সমুখত ডাঙৰ আৰু শকত গাহৰিবোৰহেবলি দিয়া হয়। সেইকাৰবেৰিবাৰে তেকুল গাহৰিববাহে নিঝচিত কৰি লয়।ভাৰত-জাহ গাংবিলি দিয়াৰ উলে ঝতে সেইমতে ওলোকে ফুৰ পৰিমাণে পথাৰৰ উৎপাদিত ক্য পাব পাৰে, লগতে খেতিৰ বতৰত তে ফটে পৰিমাণে কু পৰ পাৰে, ৰে, কে নেবেকে যতে লেহেসে ফেজীলফনৰিৰ পাৰে গৰুতে ভূমিকম্পন, জবাবে তেওঁলোকে সেৱীক আৰাধ কৰে। কেতিয়াৰ খেতি বহু হঠাতে বৃষ্টি হলেও ভাবে এই পান।