সমললৈ যাওক

পৃষ্ঠা:ৰাভা জনজাতি.djvu/৮৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মালিক তিনীতি ৭১ নাথাকিলে কুকু, হাহ, পাৰ আদি যি পা এৰি দিব পাৰে। ইয়াত আৰ কুটুম বা তাৰ সংশিষ্ট বায়’-দুৰিৰ মানুহে কোনো বাথ দিব নোবে। অন্যথায় তেওঁলোকে সমাজত দণ্ডাই স্ব লাগে। বিধবা পত্নী নেত্ৰতত এই একেই বিবি প্ৰযোজ্য।ইয়াকেই অহা’এ বোলে। পিতৃ-মাতৃৰ প্ৰাধান্যঃ সম্পত্তিৰ অধিকাৰ সমাজ গাঁথনি ফালৰপৰা নত কৰিলে দেখা যায় যে, তা সমাজ পানতে মাত্ব প্ৰধান সমাজ আছিল। ক্ৰমে পিতৃ-প্ৰধান সমাজলৈ ৰূপান্তৰিত হৈছে। উত্তৰাধিকাৰ সূত্ৰ, কৰ্তৃত্ব স্থলাভিষিক্ত, বংশানুক্ৰমণ বিবাহৰ পিছত পতি-পত্নীৰ বাসস্থান-এইবোৰলৈ ৰাখি এখন সমাজ পিতৃ-প্ৰধাণ নে মাতৃপ্ৰধান তা নিয়ে কথা হয়। বিয়াৰ পিছত দৰাৰ ঘৰলৈ যদি কন্যা অনা হয় আৰু সেইন্যাজণীৰৰবাপেকমাতে একে পলিভূক্ত হৈ থাকে, তেনে পৰিয়ালৰ সমাজক পিতৃ-প্ৰধান সমাজ বোলা হয়। এই ফালৰপৰাভা সমাজ পিতৃ- প্ৰধান। আনহাতে যদি বিয়াৰ পিছত দৰাইহে ন্যাৰ ঘৰলৈ যাব লগা হয়, তেনেকুৱা সমাজ মাতৃ-প্ৰধান সমাজ অন্তৰ্ভুক্ত কৰা হয়। গাৰো, খাছী আদি জাতিৰ সমাজ তদ্ৰুপ। মাতৃপ্ৰধান সমাজৰ প্ৰথা অনুসৰি ছোৱালীৰ হাততে সকলেসতা,লৰৰ হাতত কোনো ক্ষমতানাথাকে। ৰাভা সমাজৰ‘নোক ধাক্কায়’ ( জোৱাই) বিয়াৰ ব্যৱস্থাক মাতৃপ্ৰধান বুলি ধৰিব পাৰি। ৰাভা সমাজৰ বিভিন্ন অঙ্গবোৰ সক েগৱো কৰি চালে দেখা যায় যে লৰ ছোৱালীয়ে মাকৰ বাৰায়’ (হা) অন্তৰ্ভুক্ত হয়। অৰ্থাৎ যদি পিতা বায়’ ব’ে আৰু মাকৰ বাৰায়’ চুচুং’তেন্তেল'ৰা-ছেৱালীৰ বায়’ৰ চুকুং। এই প্ৰথামতে ৰাভাসকলক মাতৃ-প্ৰধান বুলি ধৰ্বি পাৰি। উত্তৰাধিকাৰ সূত্ৰপৰা চালেও দেখা যায় যে, মাকৰ বাৰায়ৰ ফালৰ পৰা বিমানবোৰ বাৰায়ৰজন্ম হয়, সেইবোৰেই মা’আৰু তেওঁলোকমাহা সূত্ৰে বা মাহাৰী স্বত্বানুযায়ী নিকটস্থ মাহাৰীৰ সম্পত্তি অধিকাৰ পূৰ্ণ দাবী থাকে। এই একেই মাহাৰৰবাৰায়ভুক্ত কোনো পুবে সেই সম্পত্তিদবীকোনো হেতুনাথাকে। এই ফালৰ ৰাভাকলে মাতৃপ্ৰধান। আকৌ একে বায় ভুক্ত নহলেও পিতৃপু সম্পত্তি অধিকাৰী হয়। অ পুত্ৰ পৌত্ৰাদি সকলৰে এই দৰৰ অধিকাৰ থাকে। এন পিতৃৰ যদি সতিন নোহাৱাকৈ মৃত্যু হয়, তেওঁৰ সহোদৰ ভায়েকককায়েকসকলে প্ৰথম অধিকাৰী হিচাবে দাবী কবি পাৰে। স্কুলভিষিক্তও হয় পিতৃপ্ৰধান সমাজৰ প্ৰথমতে। ঘৰ সৰ্বময় কত বাপেক, মাক নহয়। গাৱৰ সামূহিক পূজা-পাৰ্বণ আদিত পিতকেহ পৰিয়ালৰ প্ৰতিনিধিস্থ কৰে। ৰা পূজা, ধৰ্ম সময় কাদিত পিতাকেহে ভগ পায়। বিয়ে নকশিকাই যে, যদি কোনোবাকে মৃত