সমললৈ যাওক

পৃষ্ঠা:ৰাভা জনজাতি.djvu/৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বঙ্গনেতি কিস কৰে যে, এজন মানুহে সামাজিক প্ৰথা অনুযায়ী বিবাহ নকলে, সন উৎপাদন কৰিবলৈ সি বৈধ দাবী কবি নোৱাৰুে নাইবা এটা সস্তান উৎপাদন নকৰাকৈ সি পত মুক্তি পাব নোৱাৰে; নাইবা কৌলিক পূজা সম্পাদন কৰাৰ অধিকাৰ অৰ নাথাকে আৰু পৰিয়ালবৰ্গক সংযোগ কৰি অ অৱস্থাতে সিবি নোৱাৰে। সেইকাৰণে পাৰিবাৰিক চুক্তি নিৰৱচ্ছিন্নতা ৰক্ষাৰ কাৰণে প্ৰতিজন ভাই বিয়া কৰো এটা নৈতিক কৰ্তব্য। কিন্তু ব্বিাহৰআন এটি লাগতিয়াল দিশ আছে, সেইটো হৈছে যৌন উত্তেজনাৰসঠিক।এজনী যুৱতী হেৱালীৰ লগত তাৰ জাগতিক বা পৰিপূৰ কৰা কাৰ্য যিমানেই সুন্দৰ নহওক, ৰাভাসকলে এই সম্বন্ধক অবৈধ বুলি ভাবে যাৰ লগত তাৰ স্বামীসম্বন্ধ নাথাকে। তেওঁলোকে বিশাস কৰে যে বিয়াই সমাজত পাৰিবাৰিক আৰু দাম্পত্য জীৱনৰ নেতৃত্ব। ৰাভা জাতিৰ বিবাহ-প্ৰথাৰ আলোচনা প্ৰসঙ্গত—প্ৰাচীন বিবাহ-প্ৰথাও চমুকৈ আলোচনা কৰা সমীচীন হব। অতীতৰ বিবাহ-প্ৰথাৰ বুৰঞ্জী ফঁহিয়াই চালে কেবা প্ৰকাৰৰ বিবাহ দেখা যায়। যেনে- (১) একপত্নী বিবাহ (Monogamy),(২) বহুপত্নী ব্ৰিাহ (Polygamy), (৩)বহুমী বিবাহ (Polyandry), (৪) সমূহীয়া বিবাহ (Group mamiage) ইত্যাদি। (১) একপৰী বিবাহ (Monogamy) : যেতিয়া এজন মানুহৰ লগত এজনী মাখোন তিৰৰতাৰ বিবাহ হয়, তাকেই একপত্নী ক্বিহ (Monogamy) বেলে। এই বিয়াৰ দ্বাৰা গঠিত হোৱা পৰিয়ালবোৰক একগল্পীক পৰিয়াল (Monogamous family) বোলে। অতীতত হৈছিল বেলেগ জাৰি মাজত এনেকুৱা বিয়াই। অতীত যিবিলাক আদিবাসীৰ খেতি বাতি সম্বন্ধে কোনো ধাৰণাই নাছিল, অকল চিকাৰ কৰিয়েই জীৱন ধাৰণ কৰিছিলআৰুত উৎপাদিত বস্তুকেই আহাৰ্য্যৰূপে গোটাই খাইছিল, তেনে ধৰণৰ মানুহৰ মাজত এক পত্নী বিবাহতে বেচি অনুৰাগ দেখা গৈছিল। তেওঁলোকে সেই সময়ত পঙ্গী থাষাৰ ভাল নাপাইছিল আৰু প্ৰয়োজনবোেধ কৰা নাছিল। কিন্তু, সেই সময়তো এইনিয়াতে হোৱা দেখা গৈছিল। আজিকাৰ কুসমেন’(Bushman), অলিয়া কেমন জাতি আৰু সিংহলৰ ভেদা’ (Veddah) আদি জাতিৰ মাজত ই সচৰ প্ৰচলিত আদি। ৰাভা জাতি প্ৰাচীন বিবাহ ব্যৱস্থাৰ কথা কহিয়াই চলে যে, এশী বিবাহ ব্যবস্থাই প্ৰচলিত আছিল। (২)শৰ বিৰহ (Poly):এনহোতিকে বিবাৱকৰাকেৰহপত্নী বিবাহ দেology) বোলে। ঝিহৈলিতে, আদিম নুহবোৰে খেতিৰাতিৰ ফালেন মেসি। দি পুৰিকাৰ, দ্বাৰা জীবিকা নিৰ্বাহপথটি লোক নিয়ে of