সমললৈ যাওক

পৃষ্ঠা:ৰাভা জনজাতি.djvu/৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ঘৰ জীৱন ৪৫ ১ (১) খুছু খাপাক’ বা ঢাল -১ ফুটৰ পৰা ফুট জোখৰ ব্যাসৰ ঘূৰণীয়া গঁড়ৰ ডাঠ ছালেৰে তৈয়াৰ কৰা অস্ত্ৰ। এই ঢাল অস্ত্ৰ বৰ্হিভাগৰ সোঁমাজতে এটা আৰু তাৰ চাৰিওফালে চাৰিটা পিতলৰ টোপোৰা টানকৈ সজোৱা আছে। ভিতৰফালে লৰচৰ কৰিব নোৱাৰাকৈ কৌশলেৰে এটা হাত ধৰা সঁজুলি লগোৱা আছে। হতাহুতি যুদ্ধত শৰহাতৰপৰা নিজক ৰক্ষা কৰিবলৈ ৰাভাসকলে এই ঢাল অস্ত্ৰ ব্যৱহাৰ কৰিছিল। ১ (২) তৰাল’ বা তৰোৱাল ৩ ফুটৰ পৰা ৩ ফুট দীঘল। লোৰে নিৰ্মিত, বৰ ২ চোকা আৰু তীক্ষ্ণ অস্ত্ৰ। ই ২ ইঞ্চিৰ পৰা ৩ ইঞ্চিলৈ বহল। হতাহতি যুদ্ধত ৰাভাসকলে এই তৰোৱাল ব্যৱহাৰ কৰিছিল। (৩) ‘খাপাৰ'বা খাপৰ—৪/৫ সে ওজনৰ লোৰে তৈয়াৰ কৰা চেপেটা বহল তী বিষসনা অস্ত্ৰ। ই ৯ ইঞ্চিৰ পৰা ১৮ ইঞ্চিলৈ দীঘল। ১২/১৩ ফুট দীঘল ‘দেওবাঁহৰ গুৰি এডালত সুন্দৰকৈ লো বা পিতলৰ সামি’ (বেৰী) লগাই মজবুতকৈ লাৰে খাজি লয়। এই অস্ত্ৰ বনৰীয়া বাঘ, হৰিণ, গাহৰি আদি চিকাৰ কৰোঁতে ব্যৱহাৰ কৰা হয়। আগতে হতাহতি যুদ্ধৰ উপৰিও গৰিলা যুদ্ধৰ সময়তো এই অস্ত্ৰ ব্যৱহাৰ কৰা হৈছিল। (৪) ' ফিজুৱাৰী’ বা ‘জো শৰ:- -ই লোৰ দ্বাৰা নিৰ্মিত। তিনিটা শিৰ আছে। ই বেছিবহল নহয়। খাপৰ অস্ত্ৰৰ দৰেই'৯ইঞ্চিৰ পৰা ১৮ ইঞ্চিলৈ দীঘল। এই শৰতো তীব্ৰ বিষ সনা আছে। ১২/১৩ ফুট দীঘল ‘দেওবাঁহৰ গুৰি এডালত লো বা পিতলৰ সামি' অৰ্থাৎ ব্ৰেী লগাই মজবুতকৈ লাৰে খাঁজি লয়। হাবিত চিকাৰ কৰোঁতে এই অস্ত্ৰ ব্যৱহাৰ কৰে। হতাহতি আৰু গৰিলা যুদ্ধৰ সময়ত ইয়াক ব্যৱহাৰ কৰিছিল। (৫) “জোং হাড়োট বা ‘জোং বন্দুক’:২২/৩ ফুট দীঘল লোৰ অস্ত্ৰ। ইয়াক দেখোঁতে গোটা, কিন্তু ভিতখন ফোপোলা। অন্ত্ৰৰ গুৰি ভাগৰ ২ আঙুলি পৰিমিত অতৰত এটা বিন্ধা আছে, ৰাভাসকলে খাৰ বাখৰ তৈয়াৰ কবি জানিছিল। অত্যৰ মুখত সীহ গুলি ভৰোৱা হয়।বিন্ধাইদি খাবাখ’ভৰোৱা হয়। খাবাখৰত জুইলগাই দিয়া মাত্ৰকে ধুমকে শব্দ হয়, আৰু সীহ গুলিবোৰ জোৰেৰে ওলাই যায়। এই জোংকক চিকাৰ কৰা আৰু যুদ্ধৰ সময়ত ব্যৱহাৰ কৰা হৈছিল। (৬) যোকই এবিধ লোৰে নিৰ্মিত অ, ৫ সে পৰ্যন্ত ওজন ঝখি ইয়াক তৈয়াৰ কৰিছিল। এই নুেৰে তীব্ৰ বিবসনা কাড় শত্ৰুলৈ নিপে কৰিছিল। (৪) যোব’ইয়ো এধি লোৰ নিৰ্মিত অন্ধ। চোকা সিনা শৰ ৰা কাঁড়েৰে এই অস্ত্ৰ ব্যৱহাৰ কৰিছিল। (৮) বোনাবা হতো’ (কক)লোৰে তৈয়াৰ ৩সে ওজন বন্দুক। (১) '৪ে সেন লোৰে নিতে লেখ।