পৃষ্ঠা:ৰাভা জনজাতি.djvu/৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৪০ ৰাভা জনজাতি বাদ্যযন্ত্ৰ আৰু স্বৰ অসমৰ সকলো জনজাতিৰ বাদ্য-যন্ত্ৰসমূহ তুলনামূলকভাৱে বিশ্লেষণ কৰি চালে দেখা যায় যে,ৰাভা জনজাতিৰ বাদ্যযন্ত্ৰ সমূহ সকলোতকৈ চহকী। এই বাদ্য-যন্ত্ৰসমূহ সৰ্বভাৰতীয় হিচাবেও স্থান পাবৰ বোগ্য। ভাৰতীয় সঙ্গীত শাস্ত্ৰমতে বাদ্য-যন্ত্ৰসমূহ ৪ ভাগত বিভক্ত। লি Brut বাৰ বেৰবে)