পৃষ্ঠা:ৰাভা জনজাতি.djvu/৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বা জীন (১) নামব্ৰি’:- এভৰি ওজনৰ সোণ বা ৰূপৰ অলংকাৰ। ইয়াক দুখন কাণৰ লটিত পিন্ধে। (২) বোলানামব্ৰিঃ- -ইয়াক দুয়োখনকাণৰ ওপৰ অংশত পিন্ধে।ই সেণ বা ৰূপেৰে নিৰ্মিত। (৩) নাকাপতিঃ- এসিকি ওজনৰ সোল বা ৰূপেৰে নিৰ্মিত। ইয়াক নাকত পিন্ধে। (৪) ছান’:- সোণ, ৰূপ বা তামেৰে নিৰ্মিত এবিধ গোটা খাৰু। ইয়াক চান্দাপৰকক’ বুলিও কয়। (৫) খুছ মাং’:- -ই ৯/১০ ইঞ্চি দীঘল লোৰ শলা। ইয়াক চুলিৰ খোপাত গুজি লয়। (৬) লিঃ—সোণ বা ৰূপেৰে নিৰ্মিত। নাকৰ তলৰ অংশত পিন্ধা অলংকাৰ। (৭) চন্দ্ৰহাৰ’বা চন্দ্ৰমুখী হাৰঃ-ই ৰূপেৰে নিৰ্মিত। ইয়াক ডিঙিত পিন্ধা হয়। (৮) হাচা’:—ই গোটা ৰূপেৰে নিৰ্মিত। ইয়াকো ডিঙিত পিন্ধা হয়। ইয়াক হিটিল’ বুলিও কোৱা হয়। (৯) হাতবাজু’ ওই ৰূপেৰে নিৰ্মিত। ইয়া খাৰ লগত পিন্ধা হয়। (১০) কাটা বাজু’:—ইয়ো ৰূপেৰে নিৰ্মিত। ইয়াক হাতৰ বাহুত পিন্ধা হয়। (১১) জিঞ্জিৰিঃ- সসাণেৰে নিৰ্মিত। ইয়াক ডিঙিত পিন্ধা হয়। (১২) সিকি বা ছুকিয়া :- আধলি বা সিকিত আকোৰা (তেৰীয়া) লগাই তাক মালাৰ দৰে গাঁথি ডিঙিত পিন্ধে। (১৩) মলখা'?—সোণ বা ৰূপেৰে নিৰ্মিত। ইয়াক হাতত পিন্ধে। (১৪) হাৰ গুলাই’ - সোণ বা ৰূপেৰে নিৰ্মিত। ইয়াক হাতত পিন্ধে। (১৫) মায়াৰ চিংচাপঃ-সোণ বা ৰূপেৰে নিৰ্মিত। ইয়াক হাতত পিন্ধে। (১৬) বুক’-ই তিৰোতাসকলে কঁকালত পিন্ধা সাতধাৰী মালা। ই হাতী দাঁতেৰে তৈয়াৰী। কোচা ৰাভাসকলে ইয়াক নক বোলে। (১৭) বাউতি’-ই এবিধ হাতত পিঙ্ক শাখাই পিতলেৰে নিৰ্মিত। (১৮) ভৰিখাৰু-ই পেৰে নিৰ্মিত। এই খাৰু ফোঁপোলা। ভিতৰত বালি সুমাই দি তৈয়াৰ কৰা হয়। খোজ গঢ়োতেণ শব্দ হয়। (১৯) চামি'ই এবিধ আঙুঠি। এইবোৰ অলংৰ চোৱালী গাভৰু, বিবাহিতাতিৰোতা এনেকিবুঢ়ীতিৰোতায়ো পিন্ধিব পাৰে। কেৱল বিধবা তিৰোতাই এইবোৰ অলংকাৰপিআকপাল সেন্দুৰ ফোট লোৱা সমাজৰ বিধি নিবিদ্ধ। অব্ৰিাহিতা গেৱালীৰে ফলত সে ফোট লোৱা নিষিদ্ধ। বুঢ়ী তিৰোতায়ো এজোৰ কাঁটা বাহু’ পিন্ধি নিজকে নিজে গৌৰৱ অনুভৱ কৰে। বিললিতাৰ প্ৰভাৱত পৰিবৰ্তমান ৰাভা হেৰালীয়ে আধুনিক নমুনাৰ অলংকাৰ-পাতিলে আকৰিত হোৱা দেখা যায়।