পৃষ্ঠা:ৰাভা জনজাতি.djvu/৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৩৮ ৰাভা জনজাতি লাগে। মটীয়া ৰং কৰিবলৈ হলে ‘জেতুকাৰ’ পাত, নীল’ গছৰ ছাল আৰু ‘আছু গছৰ ছাল একেলগে মিহলাই ওপৰত বৰ্ণনা কৰা প্ৰক্ৰিয়া মতে ৰং কৰিব লাগে। অলংকাৰ আৰু অংগৰাগ অলংকাৰে তিৰোতাৰ শোভা বৰ্ধনকৰে। সেয়েহেৰাভা তিৰোতাসকল বৰ অলংকাৰপ্ৰিয়। তেওঁলোেক এক মুহূৰ্তও অলংকাৰ বিহীন হৈ থাকিব নোৱাৰে। অলংকাৰবিহীন তিৰোতাক তেওঁলোকে ঘিণ কৰে। তলত ৰাভা তিৰোতাসকলৰ নিত্য ব্যবহাৰ্য্য অলংকাৰাদিৰ উল্লেখ কৰা হ'ল - JOIN $1.E. XXXX tra OOGOOGA0a09ec Oso Ooou.com ১০০০০০০০০০০ es কে(কেবি)