পৃষ্ঠা:ৰাভা জনজাতি.djvu/৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৩৪ ৰাভা জনজাতি সেই তিতো সমাজত অকাজী বুলি পৰিগণিত হয় আৰু অবিবাহিত গাভৰুমাত্ৰে বিবাহৰ কন্যাপে অনুপযুক্ত হয়। ফুলৰ চানেকি ৰাভা তিৰোতাসকল সৌন্দৰ্য্যৰ পূজাৰিণী। তেওঁলোকে সপোনত ফুলৰ কল্পনা কৰে, বাস্তৱত তাক ৰূপায়ণ কৰে। পৰম্পৰাগত ভাৱে চলি অহা কেইটিমান কাপোৰৰ ফুলৰ (মুগ বা পাৰ) চানেকি উল্লেখ কৰা হ'ল।

BA 2003 J00 DO . JOC ভাৰ কেৰোৰ মনেৰি ( বেন)