সমললৈ যাওক

পৃষ্ঠা:ৰাভা জনজাতি.djvu/৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২০ ৰাভা জনজাতি থকাৰ বিষয়ে অৱগত কৰে। ময়ো এখন গাৱত নতুনকৈ খ্ৰীষ্টধৰ্ম দীক্ষিত হোৱা ৰাভা বন্ধু এজনক লগ পাওঁ। তেখেতে কয়—“আমি এটা ৰাভাৰ দলে নতুনকৈ খ্ৰীষ্টধৰ্ম দীক্ষিত হলো। খ্ৰীষ্টান ধৰ্মৰ নীতি-নিয়মবোৰ ভাল লাগিছে। দীক্ষিত হোৱাৰ পিছত আমাৰ তিৰোতাসকলে নিজে নিজে আন খ্ৰীষ্টান তিৰোতাৰ দৰে মূৰৰ ওৰণি আৰু কপালৰ সেন্দুৰ পৰিহাৰ কৰিলে। এদিন দীক্ষিত কৰা পাদ্ৰী গৰাকীয়ে তিৰোতাসকলৰ তেনে অৱস্থা দেখি কলে—“আমি নিজৰ সভ্যতা সংস্কৃতি অনুযায়ী যীচুখ্ৰীষ্টৰ স্তুতি-গান আৰু মহিমাকীৰ্তন কৰিব পাৰে। গতিকে খ্ৰীষ্ট ধৰ্মই কাকো নিজস্ব বিসৰ্জন দিবলৈ বাধ্য নকৰে, বৰং ই আমাৰ সভ্যতাৰ ৰক্ষক।”—এই বুলি তেখেতে ৰাভা’ নামটো পৰিহাৰ নকৰিবলৈ উপদেশ দিয়ে।” মহাপুৰুষ শ্ৰীশংকৰদেৱৰ মহাপুৰুষীয়া ধৰ্মৰ উদ্দেশ্যও এয়ে আছিল। বিভিন্ন ভাগ বৈদিক যুগত কৰ্মভেদে ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য, শূদ্ৰ জাতিৰ সৃষ্টি হোৱাৰ দৰে ৰাভাসকলৰৰ দল বা খেলৰ সৃষ্টি হয়। আদিতে ৰাভা সকল দলভুক্তিহীন আছিল। পোনতে এই দল বা খেলৰ সৃষ্টি হয়—তেওঁলোকৰ আৰাধ্য শ্ৰেষ্ঠ দেৱতা খোচি বা বায়খো পূজাৰ পৰাই। ই এটা সামূহিক ভাৱে অনুষ্ঠিত পূজা। প্ৰথমে তেওঁলোকে আঠিয়াবাৰী’নামে ঠাইত এটা খোকচি পূজাৰ থান পাতে। আজিও তাৰ স্মৃতি চিহ্ন ৰৈ আছে। এই সামূহিক পূজা-অনুষ্ঠানৰ কাম পৰিচালনা কৰিবলৈ কিছুমান মানুহেকৰ্ম-বিভাজন কৰিলয়; আৰু তেতিয়াৰ পৰাই বিভিন্ন কৰ্মানুসৰি এই দল খেলবোৰৰ নামকৰণ হয়। (১)বাণী (যানি)ঃ- খোচিপূজাত দেৱতাসমূহৰ থাপনা পাতিবলৈ আৰু মানুহবহিবলৈ বহু চেপেটা শিলৰ প্ৰয়োজন। ৰং' মানে শিলক বুজায় আৰু ‘দান’ মানে কঢ়িয়াই লৈ অহা। এই শিল ওচৰ পাহাৰবোৰৰপৰা সংগ্ৰহ কৰিআনিবলৈ এদল মানুহৰ ওপৰত দায়িত্ব দিয়া হৈছিল। তেওঁলোকে শেহত ৰংদান >ংলানি >ৰংদনীয়া নাম পায়। (২) মায়তৰীয়া (মায়বি)- যিসকল মানুহৰ ওপৰত সামূহিক ভোজনৰ ৰনশালাৰ দায়িত্ব দিয়া হৈছিল শেষত তেওঁলোকেই আয়তীয়া’ নাম পায়। মায়’ মানে ভাত, ‘তাৰি’ মানে ভগাই দিয়া বা বিলাই দিয়া। (৩)দাহজাহৰি- খোট পূজাকৰা হৈবিগাৱকিছুনিলগতদিনহাকি-পাহাৰ মাজত। তাতেই সামূহিক জোন বা হৈছিল।নালা গোউৰীৰা কাউৰী, চিনি আদি নানা