পৃষ্ঠা:ৰাভা জনজাতি.djvu/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভূমিকা ১৩ গুন (৯) আন আন জিলাত মুঠ ১২,৩৭৫১ ১০,৬৩৭৬ জন উক্ত তালিকামতে দেখা যায়, ১৮৮১ চনত ৰাজবংশীৰ মানুহ গোৱালপাৰা জিলাৰ বাহিৰে আন কোনো জিলাতেই নাছিল। কোন কোন জিলাক আন আন জিলাৰ অন্তৰ্ভুক্ত কৰা হৈছিল বুজা নাযায়। ১৮৯১ চনত গোৱালপাৰা জিলাত ১২,১০০১-১০,৬৩৬৩= ১৪৬৩৮ জন জনসংখ্যা বৃদ্ধি হোৱা দেখা যায়। অৰ্থাৎ—১০ দহ বছৰৰ ভিতৰত মুঠ জনসংখ্যাৰ ওপৰত শতকৰা ১৩ জন বৃদ্ধিৰ হাৰ দেখা যায়। আনহাতে আন জিলাবোৰত ১৮৮১ চনত এজনো ৰাজবংশীৰ মানুহ নাছিল। ভাবিবলগীয়া কথা, ১৮৯১ চনত উক্ত জন সংখ্যাবোৰ ক’ৰ পৰা আহিল? গতিকে এই তালিকাই প্ৰমাণ কৰে যে, ধৰ্মমহাজনসকলে কোঁচ, মেচ আদি অসমৰ অন্যান্য জনজাতিৰ মানুহক এই উপাধিৰে ধৰ্মান্তৰ কৰি জনসংখ্যা গৰিষ্ঠ কৰি ফুৰিছিল। ফলত এই জনজাতিবোৰৰ জনসংখ্যা ক্ৰমে হ্ৰাস হোৱাটো স্বাভাবিক। ১৮৮১ চনত ‘কোঁচ ৰাভাৰ জনসংখ্যা আছিল ১৪,৪২৪০জন, কিন্তু ১৮৯১ চনৰ জন- গণনাৰ তালিকাভুক্ত হৈছিল মাত্ৰ ১৩,৩৭০২ জন। এই কালছোৱাত এই জনসংখ্যা হ্ৰাস সম্ভৱপৰ নহয়। আনহাতে কিছুসংখ্যক জন্ম নোহোৱাকৈও থকা নাছিল নিশ্চয়। এই হ্ৰাস হোৱা ‘কোঁচৰাভাৰ জনসংখ্যাই প্ৰমাণ কৰে যে, তেওঁলোেক ধৰ্মত দীক্ষিত হৈ ৰাজবংশী উপাধি গ্ৰহণ কৰিছিল। তদ্ৰুপ কামৰূপ জিলাত ১৮৮১ চনৰ জনগণনাত ২২,৭২৩ জন ৰাভা জনজাতি সংখ্যা আছিল। আৰু ১৮৯১ চনত ১৭,৫২৬ জন মাত্ৰ পোৱা হৈছিল। অৰ্থাৎ- ৰাভা জনসংখ্যা হ্ৰাস হৈছিল। এই হ্ৰাস হোৱাৰ কাৰণো একেই কাৰণ বুলি প্ৰমাণিত হয়। বহুতো প্ৰাচীন লেখকে ৰাভা জাতিক কছাৰী জাতি এটা ঠাল বুলি কৰী জাতি অন্তৰ্ভুক্ত কৰি থৈ যোত হয়তো বহুতো ৰাভা মানুহ ৰাভা জাতি হিচাবে পৰিচিত হোৱা নাছিল। ৰাভা জাতিৰ জনসংখ্যা হ্ৰাস ইও এটা অন্যতম কাৰণ। এই প্ৰসঙ্গত ড° দাসৰ এটি উদ্ধৃতি উল্লেখ কৰিবলগীয়া হ'ল। “এখন গাঁৱত কেবা ঘৰে মানুহে নজনা গুৰুৰপৰা শংকৰদেৱৰ মহাপুৰুষীয়া ধৰ্ম গ্ৰহণ কৰিলে। ধৰ্ম লোৱাত গুৰুৱে তেওঁলোকক নিজৰ উপাধিবোৰ ব্যৱহাৰ কৰিবলৈ নিদিয়া হ'ল।নামৰ পিচত অইন বিমান উপাধি লগাই দিলে। নামটো চাই মানুহবোৰক ৰাভা' বুলি চিনিব নোৱাৰা হল। তেতিয়া আটায়ে লগলাগি শুককথাবোৰ বুজাই কলে। শুৰুতে কোনোয়ইেনামানিলে।মানুহবোৰে বেয়া পালে আৰু লাহে লাহে তেওঁলোকে ধৰ্মনীতিবোৰনমা হল।” অৱশ্যে চ মাসে ইয়াৰ বিপৰীতে আন এখন গাঁৱত কেইঘৰমান মহাপুৰীয়াই নামৰ পিছত ৰাভা লিখি -৫১৯৭ জন ৪ সম্পাদক,মোণ টাকা, অমতি পৃষ্ঠা ১