পৃষ্ঠা:ৰাভা জনজাতি.djvu/২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভূমিকা ১৭ ১ আৰু কোঁচ নামে পৰিচিত ৰাভা জাতিৰ জনসংখ্যা বাদ পৰিছে। সেইকাৰণে ৰাভা জনজাতিৰ লোকসকলে এই জনগণনাৰ হিচাবত সন্দিহান হৈ কয় যে চৰকাৰী জনগণনাৰ বিচাৰবোৰ একেবাৰেই শুদ্ধ নহয়। তেওঁলোকৰ আনুমানিক হিচাবমতে ৰাভাসকলৰ মুঠ জনসংখ্যা দুই লাখতকৈও বেচি হব। ১৯৬১ চনৰ পশ্চিমবঙ্গ জনগণ প্ৰতিবেদন মতে ৰাভা জনজাতিৰজনসংখ্যা (১) জলপাইগুৰি জিলাত ৪১৩২ জন (২) কোচবিহাৰ জিলাত ১৬০৮ ন (৩) আন আন জিলাত মুঠ-৬০৫৩ জন পশ্চিমবঙ্গ চৰকাৰে ৰংদানীয়া, পাতি, মায়তাৰীয়া, কোঁচ, দাহৰী, বিটলীয়া, চোঙা আদি প্ৰশাখাবোৰক ৰাভা জনজাতিৰ অন্তৰ্ভুক্ত কৰিছে। কিন্তু দেখা যায়-১৯৬২ চনৰ জনগণনাৰ প্ৰতিবেদনত উক্ত কোঁচ শাখাটোক ৰাভা জন-জাতিৰ অন্তৰ্ভুক্ত নকৰি এটা অনুসূচিত জাতি বুলিহে স্বীকৃতি দি জনসংখ্যাৰ হিচাব দাঙি, ধৰিছে। অৱশ্যে ৰাজবংশী জাতিৰ অন্তৰ্ভুক্ত কৰা নাই। তদ্ৰপ অসম চৰকাৰেও অসমত থকা আদিম কোঁচ শাখাটোক (যাৰ এতিয়াও প্ৰাচীন কৃষ্টিসভ্যতবিদ্যমানআৰুবৰ্তমানভাঞ্জাতি লগত সাদৃশ্য আছে)ৰাভা জনজাতিৰঅন্তৰ্ভুক্তনকৰি কোঁচ ৰাজবংশী' দ্বাৰ্থেনোমকৰণ কৰি পিছপৰা জাতি হিচাবেহে (Backward Caste) স্বীকৃতি দিছে। ৰাভা জনজাতিৰ আন আন শাখাৰ লগত কোঁচ শাখাৰ গোত্ৰ, ধৰ্ম, সমাজ ব্যৱস্থা,ভাষা, সংস্কৃতি আবহমান কালৰপৰা এতিয়ালৈকে একে সাদৃশ্যত আছে। (ইয়াৰ বিশদ আলোচনা পিছত দ্ৰষ্টব্য)। এনে ক্ষেত্ৰত চৰকাৰে এই জাতিটোক ৰাভা জনজাতিৰ অন্তৰ্ভুক্ত কৰি স্বীকৃতি দিলেই সমূহ জনগোষ্ঠীৰ স্বাৰ্থ আৰু এই জাতি প্ৰাচীন গৌৰৱময় ঐতিহ্যৰ নিৰাপত্তা হব। পশ্চিমবঙ্গৰচৰকাৰেও ১৯৬১চনৰ জনগণনাতকোঁচকঅনুসূচিত জনজাতি হিচাবেহে (Scheduled Tribe) স্বীকৃতি দি মুঠ ৩৫২২ জন জনসংখ্যা দেখুৱাইছে। এই জনসংখ্যাৰ হিচাবমতে কোঁচ’আৰু ৰাভা’জাতিৰ শিক্ষাৰ মানদণ্ডৰ হিচাৰ তলত দিয়ানে দেখা যায়। জাতি শিক্ষিত এই যে মনন যান শিক্ষাৰ (>) ভা ৬০৫৩ ৫৭ (২) কোচ ৩৫২২ ৩২২০ ২০৫ 8 ১৫ ১ ২ Census of West Bengal. 1961. Vol. XVI. p. V. p. XXXI. West Bengal Tribes throagh Photograph, published by the Tribal welfare Dept... Gon of Went Bengal