পৃষ্ঠা:ৰাভা জনজাতি.djvu/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ৰাভা জনজাতি এটা জনগণনাৰ ব্যতিক্ৰম। এই জনসংখ্যাৰ লগত ‘কোঁচ ৰাভাৰ জনসংখ্যাও বোগ হোৱা নাই। এই চনৰ জন গণনাৰ প্ৰতিবেদনত সুকীয়াকৈ কোঁচ জাতিৰ জনসংখ্যা ২,৫৪,০৫৬ জন ‘গৌণকৃষক’ হিচাবে বেলেগে দেখুৱা হৈছে। ১৯১১ চনত (১) গোৱালপাৰা জিলাত ৩২,৪১৫ জন (২) কামৰূপ জিলাত ২৫,০২৫ জন (৩) দৰং জিলত ১৩,০৭২ জন (৪) গাৰোপাহাৰ জিলাত ৮,০৭৫ জন (৫) আন আন জিলাত ৪৮৫ জন মুঠ—৭৯,০৭২ জন বিঃদ্ৰঃ—কিন্তু, মুঠ জনসংখ্যাত ৭৯,০২২ জনহে ভুলকৈ দেখুৱা হৈছে। ১৯২১ চনত-৭০,০০০ জন। ১৯১১ চনৰ জনসংখ্যাতকৈ ৯০৭২ জন হ্ৰাস হৈছে। ১৯৩১ চনত-৬৯,০০০ জন।১৯১১ চনৰ জনসংখ্যাতকৈ ১০,০৭২ জন হ্ৰাস হৈছে। ১৯৪১ চনত–৮৬,২৪৯ জন। ১৯১১ চনৰ জনসংখ্যাতকৈ ৭১৭৭ জন বৃদ্ধি হৈছে। সুদীৰ্ঘ ৩০ বছৰৰ ভিতত শতকৰা ৯ জন বৃদ্ধি দেখুৱা হৈছে। ১৯৫১ চনত-মতা ৪৫,৪৩০ জন তিৰোতা ৪৩,৩১৮ জন মুঠ-৮৮,৭৪৮ জন ১৯৬১ চনত ৫৭,০০০ জন তিৰোতা ৫১,০২৯ জন মুঠ-১,১৮,০২৯ জন ১৯৬১ চনত (জিলা হিচাবে)। জিলা মতা তিৰোতা মুঠ গোৱালপাৰা জিলাত ২৬,৩৩৩ ২২,৮৮৪ ৪৯,২১৭ জন (২) কামৰূপ জিলাত ২২,০৮৬ ২১,৬৭২ ৪৩,৭৫৮ জন ৬,১৭০ ৪,৫০৩ ১০,৬৭৩ জন (8) লক্ষীমপুৰ জিলাত ১,৪১৪ ১,২৭২ ২,৬৮৬ জন (৫) নগাওঁ জিলাত ৫৩ ৩৩২ ৮৮৫ জন ৩১৭ ৬১২ জন (৭) শিৱসাগৰ জিলাত ১২৭ ৭১ ১১৮ জন মুঠ-৫৭,০০০ ৫১,০২১ ১,০৮,০২১ জন -এই নগনৰ এতিবেদনত বৰ্তমান মোলয় কত বাস কৰা দৰং জিলাত কাছাৰ জিলাত