পুত্ৰী ১৮১ ১৯৯৪ - ৰাভা ভাষা শিকাৰ প্ৰণালী, ১৯৭০ — ৰাভা বুৰঞ্জীৰ প্ৰতিধ্বনি, ১৯৭২ — ৰাভা সংস্কৃতিৰ ধাৰা, ১৯৭৫ — ৰাভা-ভাষাৰ ফকৰা আৰু জতুৱা ঠাচ, ৰাভা ৰাজেন : ‘দাহৰি ৰাভাৰ সামাজিক আচাৰ, অসম সাহিত্য সভাৰ ৪৪ তম অভয়াপুৰী অধিবেশনৰ স্মৃতিগ্ৰন্থ (সম্পা. অম্বিকা সকাৰ), ১৯৭৭ ৰাভা ৰাজেন ঃ ৰাভা জাতিৰ প্ৰাচীন অস্ত্ৰশস্ত্ৰ, অসম সাহিত্য সভা পত্ৰিকা, ত্ৰিংশৎ বছৰ, তৃতীয় সংখ্যা (সম্পা হেমন্ত শৰ্মা), ১৯৭৩ — ৰাভা সাধু, অসম সাহিত্য সভা, ১৯৭৭ — ৰাভা শব্দ সম্ভাৰ, অসম সাহিত্য সভা, ১৯৮২ —ঃ ৰাভাৰ সাধুকথা, ১৯৯২ ৰাভা, এল, এন ঃ কোচ ৰাভাৰ ৰিসি যোগ, ১৯৬৮ ৰাভা, লিষ্টি : ছাথাৰ-চায়’, অসমৰ জনজাতি, দ্বিতীয় বছ, দ্বিতীয় সংখ্যা, ১৯৭৬ ৰাভা অধ্যয়ন চক্ৰ (সম্পা.)ঃ ৰাভা অধ্যয়ন (১ম খণ্ড) ১৯৯১, — প্ৰনয়গন্ধী ৰাভাগীত, ১৯৯২ ৰাভা ভাষা পৰিষদ ৰাভা শব্দ পুথি, — ১৯৮২ ৰাভা ব্যাকৰণ (প্ৰথমভাগ), ১৯৮২ — ৰাভা ব্যাকৰণ (দ্বিতীয় ভাগ), ১৯৮৩ ৰাভা সাহিত্য গোষ্ঠী (সম্পা.) : দেৱ-দেৱী আৰু ৰাভা সমাজ, ১৯৮১ হাগজে, নিৰুপমাঃ ডিমাছা, অসম সাহিত্য সভা, ১৯৭৪ হাটো, অমিয় হৈমানি চায়ে আৰু মনি কাথা, ১৯৭৫ (গ) বাংলা গ্ৰন্থাদি মৈত্ৰ, এ. ৰাভা উপজাতিঃ ধৰ্ম ও সংস্কৃতি’, নেপথ্য, প্ৰথম বছৰ, তৃতীয় সংখ্যা (সম্পা. এম ৰয় আৰু পি. বণিক), ১৯৭৪ সাহা, ৰেৱতীমোহনঃ‘কোচ ৰাভা একটি জনজাতি’,কতোয়া, শাৰদ সংখ্যা (সম্পা. বি ৰয়), ১৯৭৭ — ৰাভা নে কোচ’, ইনসানি লাও, পঞ্চদশ সংখ্যা (সম্পা. এছু হক), ১৯৭৮ (ঘ) ৰাভা স্থালি কোচ, বাণেশ্বৰঃ‘কোচা মন্ত্ৰী,অসমৰয়তি, তৃতীয় বছ,তৃতীয় সংখ্যা (সম্পা. মনোৰঞ্জন লাহৰী), ১৯৭৭ কোচ, পূৰ্ণচন্দ্ৰ পেনেম লামোন দাম, ১৯২৬ টেস্ট অইকেল চাৰ্চ (অ): সেইকাই বাইকই, ১৯৯৩
পৃষ্ঠা:ৰাভা জনজাতি.djvu/১৯১
অৱয়ব