পৃষ্ঠা:ৰাভা জনজাতি.djvu/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভূমিকা GOL. বায়, তোৰ বায়, বিষৱালী বায়, শিং বাৰ লায় বায়। (তেখেতে প্ৰত্যেকটো দেৱ-দেৱী আৰু ভূত-প্ৰেত পুজাৰ পৰিবেশনৰ কথা সুন্দৰকৈ বৰ্ণনা কৰি গৈছে। ইয়াৰ ভিতৰত লায়কচ (ক) দেৱতাৰ পৰিনে অতি ভয়ানক বুলি আৰু অভাৱনীয় বলিৰ কথা বৰ্ণনা কৰিছে। তেখেতে ৰাভাসকলৰ ব্ৰিাহ পদ্ধতিক তিনি ধৰ বুলি কৈছে- ১। ল'ৰা বা ছোৱালীক কিনি আনি বিয়া কৰোবা। ২। ল'ৰা বা ছোৱালীক দান সূত্ৰে আনি বিয়া কৰোৱা। ৩ ল’ৰা বা ছোৱালীক চাক বা চাকণী হিচাপে ৰাৰি বিয়া কৰোৰা।

মাকৰ ভায়েক বা ককায়েকৰ জীয়েকক অৰ্থাৎ মোমায়েকৰ জীয়েকক বিয়া কৰোৱা ব্যৱস্থা সমাজস্বীকৃত। একপত্নী (Monogamy) নাইবা বহুপত্নী (Polygamy) বিবাহ প্ৰথা সমাজ স্বীকৃত। কিন্তু, বহুস্বামী (Polyandry) বিবাহ প্ৰথা নিষিদ্ধ। ‘ধূপ চাউল বিয়াৰ ব্যৱস্থা আছে। নিৰ্দিষ্ট বিয়াৰ আগতে কইনাৰ ঘৰত এই বিয়াৰ ব্যৱস্থা কৰা হয়। সিদিনাখন দৰা পক্ষৰ পৰা কইনাক ধূপ চাউল অৰ্পণ কৰা হয়। কইনাজনীয়ে এই ধুপ চাউল গ্ৰহণ নকৰিলে বিবাহ অনুষ্ঠান সমাপন হ'ব নোৱাৰে। যদি কইনাজনীয়ে এই ধূপ চাউল গ্ৰহণ কৰে, তেন্তে দৰা ৰ পৰা তাইৰ মূত মিঠাতেল ঢালে আৰু কপালত সেন্দুৰ পিন্ধায়। তাৰ পিছতহে বিষ নিৰ্দিষ্ট দিন কি কৰা হয়।

গিৰিয়েক ঘৈণীয়েকৰ বিবাহ বিচ্ছেদ হ'ব পাৰে দুয়ে পক্ষৰ সন্মতিক্ৰমে। দুয়ো পক্ষই সম্মত হলে কোনো সামাজিক প্ৰাপ্য দিব নালাগে। কিন্তু যদি গিৰিয়েকে ীৈয়েকক সংগত কাৰণ কিনা ঘৈণীয়েকৰ পৰা বিচ্ছেদ হব খোজে, তেতে সি ঘৈণীয়েকক ২০ টকাৰ পৰা ৩০ টকালৈকে ক্ষতি পূণ দিব লাগে। যদিহে ঘৈণীয়েক সানহীনা নাই। ঘৱা কাম কৰাত অসমৰ্থ হয়, তেন্তে ই কৰিলে গিৰিয়েকে দ্বিতীয় গৰু ঘৈণীয়েক গ্ৰহণ কৰিব পাৰে। ৰাভাসকলৰ শটো সাশত পোৰ, বিলে, সংক কেত মৰিলে নোপোৰ; বহে দিয়ে। বাঘে খোঝ মাক নিয় মান পুৰি অিিক্ৰয়া কৰা হয়।