সমললৈ যাওক

পৃষ্ঠা:ৰাভা জনজাতি.djvu/১৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভাষাৰ ৰূপ ১৭১ নৌহওঁতেই বোকোচাৰ কাপোৰ তৈয়াৰ কৰে। • জানবাইনি হাচু নুকে ৰেঙা লাগিচা দূৰৰ পাহাৰ দেখি ওচৰলৈ যাব নেলাগে। • জিথোপ তংচাকায়ান হুতি প্ৰিনা নামা— হাতত নাই কশটো, হাতী কিনিবলৈ মনটো। • টাকা দংবে মাছ মুকোন মানা টকা হলে বাঘৰ চকুকে পোৱা যায়। • টাকা তংদংবা ছুং তংচা ধন থাকিলেও মন নাই। • টাকিনা না ভাৰি ছাইয়া নাছান নাছে ধাঙা— গৰৈ মাছলৈ চেপা পাতো, পুঠি মাছহে পাওঁ। ০ ০ • তানদংবা ছিয়ান দগোচা– কাটিলেও তেজ নোলায়। তৰেং ছকচা বাৰেং ছকচাকায় কাথা— সপোনৰৰ অগোচৰ কথা কৈ শুনোবা। তি’কাং ৰাজা ৰেঙা চাবানি যোগাৰ খাৰা ৰাজা ৰেংবা চাবানি যোগাৰ খাৰা ৰজা যোৱাৰ পিছতহে বৰ আয়োজন। তেলেলেংবা তংচা ছিকিবা ভংচা- ধননা নাই বন্ধুও নাই। তো খুৰাং বাক খুৰাং নাচাবায় পশু-পক্ষীৰ মাত শুনা ঠাইত। ততা পাকা ডালায়, কায় চিজামা বাৰায়— পক্ষীয়ে বিচাৰে গছৰ ডাল, মানুহে বিচাৰে বাৰায়। • দু’দাক তোৱান না ছা-আ, মানচালেংকাওছান দোষ মানা সকলে চৰায়ে মাছ খায, মাছৰোকা মাত্ৰ দোষ পায়। • তাথেং তাছি কমে তংদং মায় বোখাচা হাত সাবটি থাকিলে পেট নভৰে। • মুকিনা ৰিবিদং মিচিক পাকে ৰাও - ঘৰলৈ আহিলে ঘৈণীয়েকৰ লগতে খং। নামানচাদং চবেং পাকে ৰাও মাছ নাপালে জাকৈৰ লগতে খং কৰে (উৰহৰ খণ্ড ভগা ঢাৰিত ৰা)। অথবা না বোনা ৰেংদং চৰেং পাকে ৰাও, মুকিনা ৰিবিদং হৃও পাকে বাও- জতুৱা ঠাঁচ/খণ্ডবাক্য (কাথা থেক) আততা ছানি আতো কাকঙি (এনেয়ে দুৰ্নাম পোৱা) : আতত ধনি আয়ে গঞ্জি কায়নি গায় মাতা- একো নকৰাকৈৰে মানুহৰ গালি খৰীয়া হয়। • আলি গাইনি মায় (একে জামগোতীয়):মুফ আলি শাইনি মায়- আটায়ে একে জাত। আলি হেচা (অলি হে) সি এন ৰে - অমিল ০