পৃষ্ঠা:ৰাভা জনজাতি.djvu/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৮ ৰাভা জনজাতি যায়, ৰাভাসকলৰ শেষৰ তিনিটা শাখাৰ ৰাভাসকলে প্ৰকৃত ৰাভাসকল থকা ঠাইৰ বাহিৰত ববাস কৰি আছে।”

“ৰাভাসকলৰ আকৌ প্ৰত্যেকটি শাখাৰ বংশানুক্ৰমিক পৰিয়ালৰ উপশাখা আছে। সেইবোৰ বাৰায়’ বুলি কোৱা হয়। তলত কেইটামান দানিয়া ৰাভাসকলৰ বাৰায়’ উল্লেখ কৰা হ'ল। ১। টেংটং, ২। ক, ৩ পাম, ৪। পামু, ৫। চুং, ৬া হ ৭। বাগু, ৮। বাকচো ৯। চেৰেঙ, ১০। গুৰ। ৰংদানিয়া’ আৰু ‘পাতি’ ৰাভাৰ মাজত কিছুমান বাৰায়একেই। এই বায়বোৰ পূৰ্ণভাৱেই ‘অসৱৰ্ণ’ শাখা। কাৰণ বিভিন্ন পৰিয়ালৰ বাৰায়’ সংগ্ৰহ কৰিলে দৃষ্ট হয় যে, তেওঁলোক একেই বক্তৰ (তেজৰ)। একে বাৰায়’ৰ মাজত বিবাহ একেবাৰেই নিষিদ্ধ। কেতিয়াবা আকৌ দুই নাইবা ততোধিক বাৰায়’ লগ লাগি এটা অসৱৰ্ণ শাখা গঠিত হয়। তাক ‘হুৰি' বুলি কোৱা হয়। উদাহৰণ স্বৰূপে- (১) ৰুংদুং আৰু পাম বাৰায় (২) হাদু আৰু বা বাধায় একেটা হুৰিৰ ভিতৰত পৰে। এওঁলোকৰ প্ৰত্যেকটি শাখা বা হৰিৰ মাজত বিবাহ একেবাৰেই নিষিদ্ধ। এইটো এটা মনোৰঞ্জক বিষয় যে, ৰাভাকলৰ পৰিয়ালবোৰ মাতৃতান্ত্ৰিকৰ পৰা পিতৃ- তান্ত্ৰিকলৈ পৰিৱৰ্তন প্ৰতীয়মান হয়। পূৰ্ববংশৰ অধিকাৰ সদায় মাতৃতান্ত্ৰিক ফালৰ পৰা চিহ্নিত হয় আৰু তপে ল'ৰা-ছোৱালীৰ বিবাহৰ ক্ষেত্ৰতত সিহঁতৰ মাকৰ বাৰায়ৰ লগত।”

O U Mr. Colonel Gurden, C.S.I. Provincial Superintendent of Ethnography-ঘ্নে উল্লেখ কৰি গৈছে- Mr. Friend Pereira ই কৈছে- ৰাভাসকলৰ প্ৰত্যেকটি শাখাৰ পৰিয়াল কিছুমান উপশাখা আছে। এওঁলোক একেটা বংশৰ পৰাই উত্তৰাধিকাৰী হৈ আহিছে। কিন্তু, এই উত্তৰাধিকাৰ সদায় প্ৰতীয়মান হয় মাতৃতান্ত্ৰিক ফালৰ পৰা আৰু ছোৱালীক বিবাহ দিয়াৰ ক্ষেত্ৰতত মাকৰ বাৰায়ৰ লগতহে চিহ্নিত বা বিচাষ হয়; ফিগাৰোৰ মাচং সদৃশ। বৰ্তমান ৰাভাসকল সৰ্বতোভাৱে সম্বন্ধিত গাবোৰ অটং’ শৰ লগত। তেখেতে উল্লেখ কৰা ৰাভাসকলৰ দেৱ-দেৱী আৰু ভূত-প্ৰেতবিলাকৰ নাম উল্লেখ কৰা হল- বায়মাবায়, বায়খে বয়, খোকটি যায়, হৰ বায়, দাৰ্মাং ৰয়, বেহাচু বায়, লাংগাচাৰা বায়, কামাহাচু বায়, মায়ং বয়, মি বায়, বীৰ বায়, আচকা বায়, বুদবা