ভূমিকা বংশধৰ। তেখেতে বৰ্ণনা কৰি কয়—“জাতিৰ পদমৰ্যাদাৰ ফালৰপৰা ৰাভাসকল প্ৰকৃত কছাৰীতকৈ কিছুউচ্চ মৰ্যাদাসম্পন্ন।ভালেকছাৰীয়েৰন্ধা ভাতনায় যদিও কৰীসকলে ৰাভাসকলৰ প্ৰস্তুত কৰা খাদ্য গ্ৰহণ কৰে। আনহাতেৰাভাসকলেকছাৰীসকলৰ দৰে মুক্তভাবেই মদ-ভাত খায় এই আৰু দুই জনজাতিৰ মাজত অবৰ্ণ বিবাহ বিৰল। কছাৰী ডেকাল’ৰাই ৰাভা কন্যা এজনীক নিৰ্বাচন কৰিলে, কন্যাপক্ষৰ মানুহক ভোজন দিবলগীয়া হয়,আৰু কন্যাৰ মূল্য হিচাবে (গা-ধন) কিছুদিবলগীয়া হয়। এজন কছাৰী মানুহেৰাভা জাতি গ্ৰহণ কৰিবলগীয়া হলে এটা সামাজিক দীক্ষাৰ মাজেৰেহে এই কাম সমাধা কৰা হয়।”১০এলেনে’ মন্তব্য প্ৰকাশ কৰে—“কছাৰীনাইবা বোৰে (ভুল উচ্চাশ) নিজকে নিজে ভো’ জাতি বুলি কয়, যিসকলক কেৰল ব্ৰহ্মপুত্ৰ উপত্যকাতেই নহয়—গাৰোপাহাৰ আৰু দণি চুমা উপত্যকাৰ ‘টিতে পোৱা যায়। মেচ’ নামটো প্ৰগতিশীল ভাবে ব্যুৎপত্তি লাভ কৰি উৎপত্তি হৈছে। স্নেহ শব্দৰপৰা আৰু উপযুক্ত উপজাতীয় নাম ‘বড়ো’ সচৰাচৰ ভুলক্ৰমে উচ্চাৰিত হৈছে।‘মেচ জনজাতিৰ অধিকাংশ মানুহ হিমালয়ৰ পাদদেশৰ তৃণাচ্ছাদিত উচ্চ ভূমিত বাস কৰিছিল আৰু তেওঁলোক কছাৰীসকলৰ লগত সম্পূৰ্ণ অমিল। তেখেতে মধ্য দি কয়—“ৰাভাসকল ‘বড়ো’বংশ আৰু গাৰোসকলৰ এটা প্ৰশাখা বুলি অনুমান হয়। ১২ তেখেতে আকৌ বৰ্ণনা কৰে—‘গোৱালপাৰাৰ ৰাজবংশীসকল অসমৰ এটা জাতিৰ এটা বংশ; আৰু কামৰূপৰ বৰকেটৰ লগত স্পষ্টৰূপেই সাদৃশ্য দেখা যায়। গোৱালপাৰাত ‘কোচ’ নামতে তেওঁলোকে একেবাৰে পৰিহাৰ কৰিছে। এই ‘কোট নামটো কেৱল জাতিৰ মৰ্যাদাহীন এটা অংশৰ ওপৰত আৰোপ কৰা হয়—যিসকলৰ লগত ৰাজবংশীসকলৰ কোনো সম্বন্ধ নাই।ৰাজবংশীবা কোঁচউপাধি ব্যৱহাৰকৰা জাতিক সাধাৰণতঃ অধিক সংখ্যকে জানে। এওঁলোক চাৰিওফালে ব্যাপ্ত, কেৱল অসমতেই নহয়, উত্তৰঙ্গতো। তেওঁলোক মিশ্ৰিত জাতিৰ এটা বংশধৰ বুলি দৃষ্টিগোচৰ হয়। পশ্চিমফালে তেওঁলোেক ঘনিষ্ঠ সম্পৰ্ক দ্ৰাবিড়ী উৎস আৰু পূৰফালে মঙ্গোলীয় উৎস বুলি অনুমান হয়। কোঁচৰকৰ্তৃত্ব বা প্ৰভাৱৰ কেন্দ্ৰস্থল হৈছে-কোঁচবেহাৰ আৰু গোৱালপাৰা। শাসক শ্ৰেণীৰ পৰম্পৰাগত মতবাদৰ দ্বাৰা এই জাতিয়ে পদ-মৰ্যাদাত অধিকভাবেই আক্ৰান্ত হৈছে। কোচৰজা আৰু তেখেতসকলৰ সভাসদবৰ্গ আছিল—তেওঁলোকৰ জীৱনৰ গণ্যমান্য প্ৰতিনিধি। এই গতি মানুহবিলাকে গ্ৰহণ কৰিছিল- সম্মানসূচক ৰাজবংশী’ উপাধি বা খাচিত’ বংশ। ব্ৰাহ্মণসকলৰ বাবে ৰাজবংশীসকলক পানীৰ যোগান ধৰিবলৈ অনুমতি প্ৰদান কৰা হৈছিল আৰু তেওঁলোেক সম্পূৰ্ণৰূপেই গাহৰি মাংস আৰু মদৰপৰা বিৰত থাকিব লাগিছিল। বিহ ১ Endle, Rev S.: op. cit. p 84 So Endile, Rev. S : op. cit. p. 85. » Allen : Assam District Gazetter (1903). Vol. III. Goalpara. p. 49. » Allen: op cit. p. 49.
পৃষ্ঠা:ৰাভা জনজাতি.djvu/১৩
অৱয়ব