পৃষ্ঠা:ৰাভা জনজাতি.djvu/১২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১১৭ এই লোক কিসবোক আন্তৰিকৰে গ্ৰহণ কৰি আছে। এই লোকৰিসবোক আমি কেইবাটিও ভাগত বিভক্ত কবি পাৰে। তাৰ কেইন উ কৰা হ'ল। (১) বৈকি যে প হোৱা ৰেলীক কইনাল ফিহ চুক্তি কৰিবলৈ যাওঁতে বাটত পৰি কটা, ধৰি অনা, কেৰে মাটি , কত কে লৈ অহা অনুষ দেখিলে অশুভ লক্ষণ বুলি ভাবে। যদি বটত কোনো জ ল নেদেখিও যোশী ঘৰলৈ গৈ ছোৱালীৰ ঘৰ মানুহক কোৰেৰে মাটি , তিৰোতাসকলক কাপোন বৈ থকা, সূতা কাটি থকা, বেৰ বা মজিয়া লেগি থকা দেখা পায়; সেইবোৰকো অশুভ লাশ বুলি ভাবি হেৱালীজনীক কইনালে পোবাৰ আশা পবিত্যাগ কৰে। এইবোৰ হেনো ছোৱালীজনীৰ ভৱিষ্যৎ বৈধব্যৰ সল। বনি' ৰাভাকলে কিহৰ সময়ত দৰাকইনাৰ ভৱিষ্যৎ ভাগ্য নিৰ্ণয়ৰ বাবে নিৰ পুৰোহিত দ্বাৰ এহাল কুকুৰ (মতা- মাইকী) মন্ত্ৰ উচ্চাৰণ কৰি বিৰ দেৱতাৰ নামত একেলগে ডিঙি মোতৰি মাটিত পেলাই দিয়ে। যদি কুকুৰাহাল ধপধপাই আত-জাঁতৰি হৈ মৰে, তেনেহলে সেই দম্পতীৰ জীৱন দুঃখময় হয় আৰু যদিহে চৰা-ওচৰিকৈ গাতে গা লগাই মৰে তেনেহলে, সিহত জীৱন অতি সুখময় হয় বুলি দৃঢ় বিশাল কৰি আহিছে। বিবাহ অনুষ্ঠানৰ পিছত আঠ মংগলা’ অনুষ্ঠান সমাধা নোহোৱালৈকে কইনাজনীয়ে কোনো নৈ, বিল, খাল, সেতু, সলং পাৰ হোৱা নিষেধ। ইয়াকে কৰিলে তাইৰ দাম্পত্য জীৱনত বহু দুখ-সুগতি হয়। দুৱতী পথ হ'লেও আঠ মংগলা সমাধা হোত নিহত দকইনা তাত ৰাতি থকা নিষেধ। সেয়ে হলে কইনাজনীৰ ভবিষ্যৎ বৈব্যৰ আশংকা তাকে। গৰ্ভবতী তিৰোতাই চন্দ্ৰগ্ৰহণ বা সূৰ্যগ্ৰহণ দৰ্শণ কৰা একেবাৰে নিষেধ। ইয়াকে কৰিলে সন কণা বা অ হোৱা খুবেই সম্ভাবনা আছে। সেই সময়ত নেন মামাসে কুটা, তামোল-পাণ টা আদি যিকোনো কটাকচা কাম না নিষেধ। সেয়ে হলে সনে ফলা ওঠ লৈ জহণ কৰে বুলি বিশ্বাস কৰি আহিছে। গৰ্ভস্থিতিৰ পৰা সন প্ৰসৰ নোহোৱালৈকে গৰ্ভবতী তিনোতই কক্ষ ফুল বা ডিল খাব নেপায়। তাকে কৰিলে গৰ্ভ সন্তান কলে অতি ডাঙ হয়। তদ্ৰপ কলৰ পাতত ভাত, প্ৰসাদ আদি যিকোনো ক খোবা নিষেধ। সেয়ে হলে গৰ্ভ সন কলেকৰ বহল হয়। তাৰ ফলত প্ৰ সময়ত তিৰোতাজনীয় অতি কষ্ট ভোগ কৰিবলগীয়া হয়। সজন জন্ম ‘পতি অনুষ্ঠান সমাধা নোহাৱালৈকে তিৰোতাজনীয়ে নৰ মুখখন চাই চাইহে পিই থ পা বাহিৰলৈ ওলৰ লাগে, নহ'লে সৰ স্বাস্থ্য ভালে নাথাকে। তি' অনুষ্ঠানৰ সময়ত সচিৰ জিভাত « ডুবোৰা পানী লগাই দিয়ে। তেতিয়া হেনো ভবিষ্যতে এজন মুখিয়াল | মুনী মানুহ হয়। সজনৰ হাতত কাগজ-কলম স্পৰ্শ কলে যদি নাটয়ে ৰে তেমি যেন উচ্চ শিতি হয়গৈ। সকা শ কৰলে যদি ৰে, তেতিয় হেন জয়