পৃষ্ঠা:ৰাভা জনজাতি.djvu/১২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ধৰ্ম ১১৫ শিৰা আদি) শৱ-দাহন কৰি আহিবাটত ‘ভোটাৰ’(জুমুঠি) সুইবেগৰি ঠানি পুৰি সকলোৱে ধোৱা লয়। গৃহস্থৰ ঘৰলৈ আহি সকলোৱে কাৰাই-পানী’ (এবিধ সান্দহজল) খায়। মৰাশ পুতিলে এসপ্তাহত (সাত দিনত) শ্ৰাদ্ধ কৰে। পুৰিলে এমাহ এবছৰৰ ভিতৰতো শ্ৰাদ্ধ কৰিব পাৰে। দুখীয়া হলে এসপ্তাহৰ ভিতৰতে ‘ মানী’ কবি পাৰে। দাহৰী ৰাভা সকলে সাধাৰণতঃ তিনি প্ৰকাৰৰ শ্ৰাদ্ধ কৰে।(১) এক চালি— একেদিনতে শ্ৰাদ্ধকাম শেষ কৰে। (২) আগাৰ পেলোৱা বা মাজকিলা -২ দিন ১ ৰাতিত শ্ৰাদ্ধ কাম সমাপ্ত কৰে।(৩) ডাঙৰ তৰঙা —৩ দিন ৩ ৰাতি নাইবা ৭ দিন ৭ ৰাতিৰ ভিতহে শ্ৰদ্ধৰ কাম সমাধা কৰে। ডাঙৰঙা খৰচ বহুল। যি কোনো খাদ্ধত ‘মায়-চকো’বঢ়োৱাৰ ব্যৱস্থা আছে। মায়চকোৰ চাৰি ফালে সাত ভাগ থাকে। গোটই দিন গোটেই ৰাতি মতা-তিৰোতা সকলোৱে মদ ভাত খাই বাদ্য যন্ত্ৰৰ চেৱে চেৱে নৃত্য-গীত কৰি আমোদ কৰে। কোচাৰাভাসকলে মানুহ মৰিলে দুই ধৰণে সৎকাৰ কৰে।কবৰ দিয়া আৰুঅগ্নিসংকাৰ। মৃতকৰ হুছুগ, ছুৰু (জ্ঞাতি কুটুম্ব সকলোৱে মিলি মৰা শটো খনলৈ লৈ যায় আৰু চিতাদি প্ৰস্তুত কৰা সকলো কাম যা-যোগাৰ কৰি দিয়ে। কিন্তু মৰাশৰ সৎকাৰ কৰিবলৈ মাথোন দুজন মানুহক ভাৰ দিয়ে। তাক বালাই’ বুলি কয়। সৎকাৰ কাম শেষ কৰি তেওঁলোকে স্নানাদি কৰি মৃতকৰ ঘৰলৈ আহে। ঘৰলৈ আহি তেওঁলোকে অশা’ (খাৰুৱা) নোহোৱা ‘গইন’(উলমাৰি) ওপৰত বহিব লাগে। তাৰ পাছত গৃহস্থৰ মানুহে তেওঁলোকক ভজা চাউল নাইবা মাটি মাহ (কালাই) চোবাই খাবলৈ দিয়ে। তাৰ পাছত তুলসী পাত, দুবৰি বৰ, আৰু ৰূপৰ আঙুথি জুবুৰিওৱা শান্তি-পানী ছটিয়াই তেওঁলোকক শুচি কৰে। মৃতকৰ জ্যেষ্ঠ পুত্ৰই পিণ্ড দিয়ে। সাধাৰণতঃ মৃত্যুৰ সাত দিনৰ পিছতেই মৃতকৰ শ্ৰব্ধ কৰা হয়। শ্ৰাত বাপেক মৰিলে পুতেক বিলাকে মুণ্ডন কৰিব লাগে। শ্ৰাদ্ধৰ দিনা ‘হফুৰ মানুহবিলাকে সৎকাৰ কৰা ঠাইত মৃতকৰউদ্দেশ্য ভাত-পানী মদ, মাংস আদি উচগা কৰি আহে।মৃতজীৱিত কালৰ ব্যৱহায্য বস্তুবোৰকো সিদিনাই বিসৰ্জন দিয়া হয়। এই কাম সমাধা কৰি অহাৰ পাছত তেওঁলোকক শান্তি পানী চটিয়াই শুচি কৰা হয়। গাহৰি, কুকুৰাৰ মাস আদিৰে ৰাইজৰ মানুহক ভোজ দিয়া হয়। শ্ৰাদ্ধত মদৰ ব্যৱস্থাও কৰা হয়। পাতি, বিটলীয়া ৰাভা সকল প্ৰাচীন প্ৰথা জানাযায়।বৰ্তমান তেওঁলেকে পোৰে আকাৰে দিয়ে।কসন্তুকলে, বাঘেষোঝ, ফচিত লাগি, পনীত ভূৰিমৰ মানুহ পোতে, নোপোৰ। নুহ ও মৃত্যু হলেশটো ধুই পলিলিকা পোৰ পিইউ মিশে মূৰ কৰি শুৱাই থয়। শৰ ওপৰত বগা কাপোৰ জকি ৰাখে, মৃত ধূনিত সফি ব্যক্তি জলায়। ভৰি বুঢ়া আঙুলিত বগা এৱ সূৰে বান্ধে। কণী, অ আদিৰে ভাত ৰজি মূল শিতানত মৃতকৰ উদ্দেশ্যে আগ বঢ়ায়। বাঁহৰ চাংৰা’ (চাঙী) বাজি ৰ ওপৰত তুলি নাম কীৰে শোভাযাত্ৰাকনিলৈ লৈ যায়।লৈ লৈ যোৱতে ঢোকাতড়ে