সমললৈ যাওক

পৃষ্ঠা:ৰাভা জনজাতি.djvu/১০৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ধ (৭) মা (মশা পু) গোৱালপাৰা আৰু কামৰূপ জিলাৰব্ৰহ্মপুত্ৰৰ শিপাৰতৰাভাসকলেই পোন প্ৰথমে মাই’বা মনসা পূজাৰ প্ৰচলন কৰিছিল।এইবোৰ অঞ্চলত এঞ্জিও যিবোৰ মনসা পূজাৰ থান আছে সেইবোৰ ৰাভা গাওঁবোৰই কেবীভূত। অৱশ্যে অন্যান্য জাতিৰ মাজতো এই পুজা বৰ্তমান নোহোৱা নহয়। ৰাজসকলেই এই পূজা প্ৰচলন কৰাৰ প্ৰমাণ এইটোৱেই যে, আগৰেপৰাই মাৰাই গান’ৰ ওজা-পলিসকলৰাভা মানুহবোেৰ মাজতেই পৰম্পৰাগত ভাবে হৈ থকা দেখা যায়। মনসা পূজাৰ দেউৰীসকলে অপ। মই গানত না দেওধনীও ৰাভাসকলৰপৰাই পোন প্ৰথমে হৈলিবুলি আজিও ৰ মানুহবোইেকম। গোলপাৰাত প্ৰচলিত মাৰাই (মনসা) গান দুগৰআৰুনায়দেৰগানতকৈ পৃথক দেখা যায়। সৃষ্টিতত্ত্ব খণ্ডত মনৰ লগত কিছু সাদৃশ্য দেখা যায়। মাকৰ বেউলা লীগ ও পোৱা হলে গোৱালপাৰাৰ দক্ষিণ অঞ্চলত প্ৰচলিত মনসা গন বিবি কবি প গলহেঁতেন। এইফালৰপৰা গোৱালপাৰাৰ দক্ষিণ আদিতমনসা গানগৱেষণাৰ আৱশ্যক।এইবোৰ এতিয়াও সংৰক্ষিত অৱস্থাত আছে। এই গন অধিক হাস্যক। পাপুৰা গান এই পূজাত নচলে। মনসা পূজা ফুলমাৰাই’ আৰু গোটা মাৰাই এই দুই ধৰণে পূজা কৰে। ফুলমাই’ এদিন এৰাতিতে শেষ কৰা হয়, আৰু গেমাই’ তিনি নি বা তিনি ৰাতিত শেষ হয়। মনসা বা মাৰাই পুজাত মহ, ছগলী বলি দিয়া হয়। পূজা আঞ্চলিকভাবে বা ব্যক্তিগত ভাবে কৰা হয়। সপৰ অধিষ্ঠাত্ৰী দেবী হিচাবে ৰাজসকলে এই পূজা কৰে। পূজাত মজু’ বা মঞ্চ তৈয়াৰ কৰা হয়। এই মজুত’ মনসা আৰু বেউলাসী ঘটনা সংশিষ্ট চৰিত্ৰবোৰ উপৰিও নানা দেৱ-দেৱীৰ চৰিত্ৰও অন হয়। (৮) দামাংবায়। ‘হাফ'পূজাত দৰমাংবায়ক প্ৰধান দেবত হিচাৰে পূজা কৰা হয়। কিন্তু এই দেৱতাক ব্যক্তিগত ভাবেও পূজা হয়। ঋস্থ্য আৰু সম্পত্তিৰ মালিক হিচাকেও এই দেৱতাক পূজা কৰা হয়। যেতিয়া পৰিয়ালবৰ্গৰ বেমাৰ আদি নেপতি হৈ থাকে, আৰু ঘৰৰ আৰ্থিক অমে শাচনীয় হয়, তেতিয়াই হন এই দেৱতাক পূজা কৰে।ৰাভাসকলৰ মতে এই লেজ সংগত অত। কোন বাবে যেতিয়া গাহৰি ফটা হয়, কে এই দেখ ত উ ম স গৰিলে কটা হয়। এই দেৱতাৰ মত বা গালি নিন্ন হয়। খেয়ে ইলিখে।এই পালিয়ে অনেকে নিয়ে কি