সমললৈ যাওক

পৃষ্ঠা:ৰাভা জনজাতি.djvu/১০৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৯৮ ৰাভা জনজাতি তিৰোতাসকলে পিঠা তৈয়াৰ কৰি থকাৰ সময়তে ডেকাকলে হাওল’ খেদিবলৈ যায়। ‘হাওল’ খেদাৰ অৰ্থ গাওঁৰ ভিতৰত থকা ভূত-প্ৰেতাদিক খেদি দিয়া। ডেকা ল'ৰাবোৰে দীঘল বাঁহৰ লাঠি লৈ প্ৰতি গৃহৰ ঘৰলৈ যায় আৰু গৃহস্থৰ প্ৰতিখন ঘৰ ৰেত বাহিৰ ফালৰপৰা কোবাই আহে। ডেকা ল'ৰবোৰ এজনে লগে লগে ‘ঢোল’ কোবাই যায়। ঢোল বাজি অৰ্থাৎ বাজনাতো স্বকীয়তা আছে। গৃহস্থৰ বাৰীত যিমানবোৰ যমূল থাকে, সেই সকলো বিধৰে ২/১ টাকৈ ডেকা ল'ৰাবোক সাধ্যানুযায়ী চাউল, কণী, কেঁচা ফলমূল আদি দি দিয়ে। ছাগলী, কুকুৰা, হাঁহ-পাৰ আদি বাৰীৰ ভিতৰত বা চোতালত মুক্ত অৱস্থাত দেখা পালে দেৱীৰ উচৰ্গাৰ বাবে হাওল’ খেদাবোৰ ধৰি আনিব পাৰে। তাত গৃহস্থই বাধা দিলে দণ্ডনীয় হব লাগে। সেইকাৰণে জানি বুজি গৃহস্থই আগদিনাই খোঙাৰত (গৰালত) বান্ধি ৰাখে, এৰি নিদিয়ে। হাওল’ খেদা ডেকা ল'ৰাবোৰে গাওঁৰ ভিতৰত চুকে-কোণে থকা ভূত- প্ৰেতাদিক খেদি আনি কাঁচা খাইতি’ দেৱীক অৰ্পণ কৰে যাতে আগন্তুক বছৰটোত ভূত- প্ৰেতবোৰে মানুহক কোনো উৎপীড়ন কৰিবলৈ সুযোগ নাপায়। ৰাভাসকলৰ বিশ্বাস যে— ভূত-প্ৰেতবিলাক কমায় কৰিব পাৰে একমাত্ৰ কাঁচা খাইতি’ দেৰীয়েহে। প্ৰধান দেউৰী, লেং দেউৰী, হাওল খেদা ল'ৰবোৰ আৰুসমূহ তিৰোতাই পূজাৰ সামগ্ৰী আদিৰে কল দেনাৰে প্ৰস্তুত ‘ডিঙা নাওখনি’ দুটা ডেকা ল'ৰাৰ কান্ধত তুলি দি—পাছে পাছে ফলল বাদ্যযন্ত্ৰৰে মুখৰিত কৰি শোভাযাত্ৰাৰে এখন নদীৰ পাৰলৈ যায়। কলদোনাৰ “ডিভানি’ নদীৰ পানীৰ নিচেই কাষত নকৰি পূজা কৰা হয়। এই পূজাত ৬০টা ঠগি বা ভাগ দিয়া হয়। এই ডিঙ্গ নাওৰ লগতে নাঙল এখন (কাঠ), টাঙোন সংযুক্ত বকন হাতীমূৰীয়া ধ্বজা এখন আৰু ডম্বৰু সংযুক্ত চাইএন (বাঁহৰ) তৈয়াৰ কৰা হয়। নাঞ্চলক বিশ্বকৰ্মা বিচাপে, টাঙোন সংযুক্ত হাতীমূৰীয়া ধ্বজাটোক চণ্ডীদেবী হিচাবে আৰু ডম্বৰু সংযুক্ত চাতাইক মহাদেব অন কৰি আনুষঙ্গিক দেৱ-দেৱী হিচাবে পূজা কৰা হয়। এই পূজাত পিঠাৰ বাহিৰে সকলো পুজা সামগ্ৰী যেনে-শুড়, চেনি, টেঙা আদি ফলমূল কেঁচা হব লাগে। কোনো পকা বস্তু পূজাত কলে, এই পূজাত প্ৰতি ঠগিতে মদো অৰ্পণ কৰা হয়। তাৰ পাছত সামূহিক ভাবে গাওঁৰ সৰ্বতে মঙ্গলৰ বাবে কাঁচা- খাইতি’ দেৱীৰ সন্মুখত সাগুজে প্ৰণাম জনাই ভক্তি সহকাৰে প্ৰাৰ্থনা জনায়। এই পূজাত বলি দিয়া নহয়। বলিৰ পৰিৱৰ্তে এটা হাঁহ বা ছগলী ডিৰ ভিতৰত সুমুৱাই দি দেৱীক উচগা কৰ হয়। হাওল খেদোঁতে অতি অৱস্থাত পোক, হাঁহ পাৰ, গুগল আদিও এনেকৈ ভিস্তাত সুমুৱাই দিয়া হয়। লগতে পূজাৰ জন্মকে সুমুৱাই দি ডিন নদীত বিসৰ্জন দিয়া হয়। এই পূজাৰ প্ৰসাদ বিতৰণ নহয় আৰু মানায়। কেঁচাইখাতি দেৱীৰ নামত জয়ানি দি ডিন নদীত কিনি কি লিখালেৰি ডিন ক্ষন কবিল ব্যক্তিগত অহয়লিৰসকলৰখায় কিন্তু গৈলালোকে কিনোৰ এঠাইত গই ঘৰি আহে। কল, কঠাল,