পৃষ্ঠা:ৰাভা জনজাতি.djvu/১০৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ধৰ্ম গাত, মুখত পিঠাগুৰি সানি সামূহিক ভাবে নৃত্যগীত কৰে।নৃত্য-গীত গে শে খেতিৰ ধন আৰু অন্যান্য ফল ভালপেপাবলৈ কামনা কৰি সমস্বৰে আৰাধনা, কোনেঃ- “কৈ মাছি কৈ মায়উইউইউই খেয়ে শুয়ে—ওয়ে” অৰ্থাৎ “আহা শস্য, আহা ধান, এখন কূল নাই এখন হোৰ ভৰ্তি ছে”। তাৰ পাছত নৃত্য কৰি কৰি পূজাৰীৰ খৰলৈ আহে আৰু মদ খায়। ফিনিশানো সহকাৰী পূজাৰীৰ ঘৰত মদ খাই নৃত্য-গীত কৰে। কিছুমান ৰংদানি গাৱঁৰ হাছং পূজাত ক্ৰমে দামাং, ৰোক, খেচি, কেক, হচু, ৰাচি, তু, ৰিংগা দাৰা আৰু চো দেৱতাৰহে পূজা কৰা দেখা যায়। তেওঁলোকে হাহং পূজাক দামাং পূজা বুলিও কয়। পূজা কৰা পদ্ধতিও আঞ্চলিক বা গৰ হিচাবে বেলেগ বেলেগ দেখা যায়। (৩) লোক ৰা পুৰু ‘নোস্তক’ পূজাৰ অৰ্থ-ঘৰ গোসানী পূজা। প্ৰত্যেক গৃহই এই ফোক পূজকৰে। এই পূজা ৰাভা জাতিৰ সকলো শাখা গোষ্ঠীয়ে আবহমান কালৰপৰাই এতিয়ালৈকে কৰি আহিছে। এই পূজাৰ পদ্ধতি কালক্ৰমত বেলেগ বেলেগ ৰূপ ধাৰণ কৰিছে। ৰা জাতিৰ আদিম পূজা—এই ৰোস্তাক পূজাকেই ধৰিব পাৰি। পিতহে নানা দেৱ দেৱী না কৰি নানা পূজা ব্যৱস্থা হোৱা বুলি অনুমান হয়। কোচাৰাভাসকলৰ মতে পূজাৰ এটি কি দিয়া হল- কোচাৰাভাসকলৰ মূল ঘৰটোৰ দুটা কোঠালী। সাধাৰণতঃ এই ঘটো পুৱা-পশ্চিমাকে সাজে।পূৱ কোঠালীটোৰনাম নু’আৰু পশ্চিম কোঠালীটোৰ নাম নু'।এইতে বনৰ কাম কৰা হয়। এই কোঠাটোৰ উত্তৰপশ্চিম কোণত ৩ হাত দীঘল, যত যত আৰু হাত ওখকৈ এখন বাঁহৰ চাং সাজি তাতেই মাহিড়ী এজোৰ(কে) চাউলেৰে পৰিপূৰ্ণ কৰি ধন খেৰ পোৰ (কোদ) ওপৰত ভালকৈ বৰাই বহ। কে দুয়োকাষে প্ৰাচীনকাজতি অশৰোৰ (চল, অবোল, খাপৰ আপি) বেই সজাইখা হয়। কোপৰত এটা বিল আৰু এটা বিৰহয়। সেই সূত এনে মলি আঁৰি থোৱা হয়। পূৰ দিনাখনকাল (দীয়াৰহৰ , বুধবী), হেম (ঢোল বা ঢাক), মব (যদি) কত কৰি মধুৰ সুৰেৰে পূৰ বেৰৰ সকগোৱ হয়। চোউল গত টোকেন ফালি ৰেকটা মেলেৰে গঠিত (কাজ নিখ গান কবিতানে ৈৈ কৰবে।