১২ ৰাভা জনজাতি (২)য। হাং দেৱতা মায়তাৰি ৰাভাসকলৰ ‘খােচি’ বা বায়খাে’ দেৱীৰেনৱ সংস্কল বুলিব পাৰি। আগতে ‘খােট’ পূজা ৰংদানি ৰাভাসকলে কৰিছিল, কিন্তু বর্তমান এৰি পেলাইছে। তাৰ কাৰণ, এই পূজাত অংশ গ্রহণ কৰােতা সকল বংশানুক্রমেহ পূজাৰীৰ অধিকাৰ পাই আহিছিল। কালত পূজাৰীসকলৰ বংশধৰ যেনে দুং, চুচুং, পাম আৰু টেংটং এই বাবায় লােকসকলত পাবলৈ টান হৈ পৰিল। আনহাতে এই পূজাখৰচবহুল আৰু বিপদজনকে আছিল। গাৱৰ মানুহবিলাকে পূজাৰ কিছুদিন আগৰ পৰাই, পূজা শেষ নােহােৱালৈকে কঠোৰ নীতি নিয়ম পালন কৰিবলগীয়া হৈছিল। আকৌ পূজাৰ কামত সহায় কৰিবৰ কাৰণে ষিবােৰ হেৰালীৰ আৱশ্যক,সেইবােৰৰ ভাগিনী সম্বন্ধযুক্ত হব লাগে, আৰু আপােন মােমায়েকে কেবল পূজাৰ থলীলৈ নিজৰ নিজৰ ভাগিনীসকলক হে নিব পাছিল। গাৱঁৰ মতা মানুহৰ আন সম্বন্ধীয় হােৱালীয়ে পূজাৰ কামত সহায় কৰিব নােৱাৰিছিল। ডেকাসকলে নিজ নিজ আত্মশুদ্ধির প্রমাণ দিবলৈ জ্বলন্ত আঙঠাৰ ওপৰত নৃত্য কৰিব লাগিছিল। ব্যতিক্রম হলেই দুর্ঘটনাৰ সম্ভাৱনা আছিল। সেই কাৰণে ‘ খােচি’ পূজাৰ সলনি ৰংদানি ৰাভাসকলে হাছং বা ‘বাহু’ দেৱতাক বর্তমানে পূজা কৰে। কাহিনী গীতবােৰ ‘খােটি’ গীতৰ দৰে গলৈ চেষ্টা ক হয়। এতিখন গাইতে বেলেগ বেলেগ হাছ’ দেৱতাৰ থান আছে। এই পূজা সাধাৰণতে ঠে মাহত কৰা হয়। কিমান দেৱতাৰ সমষ্টিকে হাছং দেৱা বুলি কোৱা হয়। এই দেৱতা সকলক স্থাপন কৰা এটা নিয়ম আছে। সামাং দেৱতাক মত ঘন কৰা হয় ; তাৰ পাছত সোঁফালে মেচো, ফেদ, লালাচাৰ্য, লাচা আৰু বুঢ়াবাদি আৰু বাওঁফালে মে-চাৰি, করুনাং, এয়াং, তু, শাখা আৰু ৰিক ৰ কৰা হয়। মুঠ ১২ টা দেৱতাৰ সমষ্টি হয়। লামাচা,কল্পনাং, ফেল, চা, পাজায়, রুনাং দেৱতাক এটাকে ডেকে কুকুৰ বলি দিয়া হয়। লামাচা, চৰি, বুঢ়াবাজি আৰু কি এটা ডেকেৰা ৰা হাঁহ বলি দিয়া হয়। আৰু এটা পঠাগলী আৰু সাৰমাং দেৱতাক গাহৰি বলি দিয়া হয়। পুজাৰ আগলিন গাৱৰ সকলাে মানুহেপুৰ থানটো পৰিয়াৰ কৰি পূজাৰ প্ৰয়ােজনীয় বয়ক বােৰ জোগাৰ কৰি ৰাখে। ৰাতিপুৱাৰে গাৱৰ সকলাে মানুহে খনত গােট খায় ; পূরণকলে পূজা আৰত কৰে। প্রধান পূজাৰী ওজা আৰু গলি পূব ‘াইরে কমে একো একো দেৱতাক পূজা দি যায়। যেমন চেকিউলিয়াদেৱতাসক উঠ কৰে; তাৰ আগতে নি িদেত ফলক।কি হয়ে বেল বেনেকে হয়।দিন কী, শিক্ষক লোহিই হত সেকে, ইকেল গো প্রতি কেউ হয়। শেত কি নেয়। তেমনি সমৰে
পৃষ্ঠা:ৰাভা জনজাতি.djvu/১০২
অৱয়ব