১০ বনতি পূজা নাছিল। তথাপি তেওঁলোকস্মৃতি সোঁৱলী ৰক্ষাৰ বাবে গুণানুকীৰ্তন কৰিছিল। বৰ্তমান ৰাভা গাওঁবোত পাহাম অঞ্চলত এই খোচি পূজা এতিয়াও প্ৰচলন হৈ আছে। মুঠতে থোকৃচি পূজাৰ পূৰেহিতে কৰা শু’ আৰু পৰিৱেশন কৰা গীত কাহিনীৰ যোগেদি ৰাভা জাতি প্ৰাচীন যুদ্ধ বিগ্ৰহৰ ইতিহাস, সংঘৰ্বময় জীৱন কাহিনী, সমাজ জীৱনৰ পৰিবেশ আদিৰ বহুতো লুপ্তপ্ৰায় কথাৰ আভাস পোৱা যায়। কালক্ৰমত ‘মোটি’ পূজাৰ সমান্তৰালভাৱে বায়খো’ নামক আন এটি পূজাৰ প্ৰচলন হয়। ৰাভাসকলৰ মতে ৰায়খো’ শব্দৰ বুৎপত্তিগত অৰ্থ হৈহে বায়দেৱী, ‘খোপ্ৰধান; অৰ্থাৎ শ্ৰেষ্ঠ প্ৰধান দেৱী। সমান্তৰালভাৱে প্ৰচলিত এই দুই দেৱী পূজাক ৰাজসকলৰ দেৱী পূজাৰ ৪ৰ্থ স্তৰ বুলিবৰ থল আছে। খোকটি’ আৰু যায়গোৰ বিষয়ে পৰম্পৰাগতভাৱে চলি অহা সুন্দৰ কাহিনী পোৱা যায়। কাহিনীটো হৈছে ৰায়খো’ আৰু ‘খোকটি’ বায়েকীয়েক আছিল। বাখোৰ স্বামীৰ নাম না। ৰাভাসকল আঠিয়াবাৰীত থাকোতে তেওঁলোকৰ গোষ্ঠীটোৱে দান’ৰ গোষ্ঠীটোৰ লগত মনোমালিন্য ঘটি সেই ঠাই এৰি দামাং' পাহাৰলৈ গৈ বসবাস কৰিছিল। দামাং পাহাৰৰ সমষ্টি দামাং, চিপু আৰু ‘চলেং পাহাৰৰ শাৰী- য'ত নেকি ‘নই’, ‘চিৰাই নিজৰৰ সোঁত লগলাগি চাই’ নৈত পৰিছে। সৰু ভনীয়েক লোকটি দাইনী বিদ্যা জানিছিল। তাই গোপনে নিজৰ গোষ্ঠীৰ মানুহক ক্ষতি কৰাৰ প্ৰমাণ পাই বায়েক বায়খোই ৰাগান্বিত হৈ তাইক বামুণদাংগা পাহাৰলৈ খেদি পঠাইছিল। খোৰুচিৰ মৃত্যু ‘ বাদাংগাতেই হৈছিল। তাইৰ মৃত্যুৰ পিছত তাইৰ গোষ্ঠীয় (নুগামী) মানুহবিলাকে তাইক দেৱীৰূপত ৰূপায়িত কৰি পোনতে বাংলা'ত পূজা-পাতল কৰি পূজা-পাতল কৰা দলটোৱেই হৈছে ৰাভাৰ গৰি শাখা। ..... তপে বায়োৰ মৃত্যুৰ পিছতো তাইৰ গোষ্ঠীৰ মানুহবিলাকেও অইক ৰেীৰূপে ৰূপায়িত কৰি পূজা সেবা কৰিছিল। ৰায়কো'ৰ মৃত্যু হৈছিল দা লাত। আমোৰ পূজ-সেৱা কৰা দলটোৱে শেষলৈ হৈছে ৰাভাৰ আৰ। এইক্ষে অনুমেয় যে, বয়ফেৰ মৃত্যুৰ ৩ গতে ৰাভাৰ সকলোৱে ‘ খোটিৰ পূজা কৰিছিল। খুব সেই সময়লৈকে ৰাভাৰ কোনো শাখাৰ বিভাজন হোৱা নাছিল। কে কাফত তেহে আলি। আগ পূৰ আৰণিৰ লগে লগে এই দুই খেতৰ পূজা লেজাৰে বিএন হৈছিল যদিও এই লতা। এ নেতা হৈ আহে। এই প্ৰসংগত বিশেষ কৰে এয়ে যে, যদিও সে আ ক দেবীপে আলেপিত কৰি পূ হয়, তৰ পৰ কোন না পু শীত কোনো না বা বেণী শত নহয়। সে থেকে বলিনি ও নে নেয়। এই মাত দিন পৰ দে দেহে অঙনাৰ লগতে শি জিন হয় ইই যে
পৃষ্ঠা:ৰাভা জনজাতি.djvu/১০০
অৱয়ব