to ৰাজসূয় কতি প্ৰদেশত জলে পাট পীত ভুনি। প্ৰকাশে নেখল৷ ৰত্নে ৰচিত কিঙ্কিণী॥৪০৫ উৰু কৰীকৰ জানু জঙঘ৷ মনোহৰ। চৰণ দুখানি নৱ পদ্ম সমসৰ॥ কনজুন কৰি বত্ন মঞ্জীব জুবাৰ। ভকতসৱৰ মনোৰথক পূৰয়॥ ৪০৬ চম্পক কণিকা সম আঙ্গুলিব পান্তি। নখে নিন্দে মণি ইন্দু দৰ্পণৰ কান্তি॥ দৰ্শনে হবে ভকতৰ তাপচয়। আঙ্গুলিত উজণ্টি প্ৰকাশৈ মনোনয় ||৪০৭ বাতুল কোমল মনোহৰ পদতল। বজ বজ্ৰ পদ্ম যৰ অঙ্কুশে উজজ্জ্বল॥ অমৃত ববিষৈ আতি চৰণৰ কান্তি। স্মৰণ মাত্ৰকে তিনি তাপ উপশান্তি। ৪০৮ কোটি সূৰ্য্য শশীসম প্ৰকাণৈ শৰীৰ। দৰশনে দূৰ কৰে অজ্ঞান তিমিৰ॥ হেন দিব্য মধুৰ নুৰুতি দামোদৰে। দিল। দেখা নৃপতি সৱক দায়াতবে 1809 সাক্ষাতে কৃষ্ণক দেখিলেক ৰাজাগণ। মিলিল আনন্দ প্ৰেম উপজিল মনে || অমৃত পৰিয়া যেন শৰীৰ জুৰাইল। বন্ধনৰ ক্লেশমানে তেখনে এৰাইল॥৪১০ মধুৰ মূৰ্ত্তিক যেন নয়নে নিয়ন্ত। হৰিৰ্ষত জিহ্বা নেলি যেন আস্বাদন্ত॥ পৰম স্নেহত নাকে যেন ঘ্ৰাণিলন্ত। বাহু মেলি আলিঙ্গি ধৰিবে যেন চান্ত॥৪১১
পৃষ্ঠা:ৰাজসূয় কাব্য.pdf/৯০
অৱয়ব