বাজপুৰ ঠাক ঠিক যাত্ৰ শুনি লব আকাশ | বস্তুৰ নিৰ্বাতে যেন জলৈ গৰ্ত ত্ৰাস || গদাৰ গ্ৰহাবে দুইবো শোভে নিৰন্তৰ। দত্ত যুদ্ধ কৰে যেন দুগোটা কুয়ৰ ||৩৪7 তাৰ যেন দত্তৰ শৱদ অতিশয়। দুইহানো গদাৰ কোব 'শোভে সেহিৰ॥ বায়ু বেগে গদা আমি পড়ৈ শৰীৰত। উক কব কতি বন্ধ হনু প্ৰদেশত ||৩৪৮ হুঃ বুলি নাৰে গদা শৰীৰৰ বলে। যেন নত হস্তী শুণ্ড আচবিৰ জলে || গদায় গদাত কতো যাবে ঠাতকবি। দিশক বিৰাপি যাই অগনি উফৰি॥৩৪৯ মাথাত পৰিয়া ঘোৰ অগ্নি যাই জলি | বাকৈ পৰি কতো বেলি দুহাঙ্কো নাকলি। মৰিল বুলিয়া লোকে কৰে কোলাহল। বোলে একেবাৰে ভৈল দুহাস্তবে৷ কাল॥৩০ কৰন্ত ক্ৰন্দন লোকে দুইহাত্তকো চাৰ। কতো বেলি অন্তৰে অগনি লাগে ঠাই | ধুঞা ঠাঁই ভেলে লোকে দুইকো দেখে পাছে। গদা ধৰি আটোপ কৰন্ত দুয়ো আছে॥৩৫১ বোলে নিৰন্তৰে দেখি দুইহাতৰো পিত। কিনো নিদাৰুণ দুয়ো বীৰ বিপৰীত॥ গদাৰ কোবত শৰীৰৰ উঠে জুই। তথাপিতো কটাক্ষ নকৰে ইটো দুই॥৩৫২ সেহি সময়ত যত দেৱগণ মানে। যুদ্ধ চাহিবাক মনে আসিল। বিমানে॥ )
পৃষ্ঠা:ৰাজসূয় কাব্য.pdf/৮১
অৱয়ব