সমললৈ যাওক

পৃষ্ঠা:ৰাজসূয় কাব্য.pdf/৭৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ৰাজসূয় জানিয়া নৃপতি দান দিয়োক আমাক। এহি বুলি ভৈলা 'পাচে তিনিয়ো অবাক || শুনা ভাগৱত যত সমাজিক লোক। বোলা ৰাম ৰাম মহা পাতক গুচৌক॥৩২৯ শুক মুনি নিগদতি ছবি পাছে জৰাসন্ধ নৃপবৰ। ধনত আলোচে শুনি আকৃতি দেখিয়া শুনিয়োক নৰপতি বাক্যৰ গম্ভীৰ ধ্বনি শৰীৰৰ॥ বাৰো দেখিল পাছে ধনু গুণ লাগি আছে নুহিকে ব্ৰাহ্মণ জাতি কৰ বান্ধি আছয় হাতত। দেখি পাছে তিনিকো পুৰত॥৩৩০ অধম ক্ষত্ৰিয় আতি জানিলো সামৰ্থ নুয় যুদ্ধত নিৰ্ব্বল হুয় তাতেসে ধৰিল বিপ্ৰবেশ। কপটত মিত্ৰ পাতি জীৱৰ নিমিত্তে আতি তথাপিতো আমাসাক ভিক্ষা মাগি ফুবে দেশে দেশ॥ অৱশ্যে কৰিবো বন্ধুমান। বোলো অঙ্গীকাৰ কৰি খোজে যেবে আৰা সৱে দুস্ত্যজ প্ৰাণকো দিবো দান॥৩৩১ বিমুখ কৰিয়া আজি