সমললৈ যাওক

পৃষ্ঠা:ৰাজসূয় কাব্য.pdf/৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৬২ 'ৰাজসূয় কিনতে কৰিবো আবে যজ্ঞ ৰাজসূয়। মনত গুণন্ত ৰাজা অবো মুখ হুই॥৩০৩ দেখিয়৷ মাধৱে আশ্বাসিলা নৃপতিক। জৰাসন্ধ বধিতে সংশয় কৰা কিক মই যাৰ সহায় আছোক জৰাসন্ধ। ব্ৰহ্মা আদি দিনকৰ কৰিয়া প্ৰৱন্ধ ||308 জানিয়া নৃপতি ঘোৰ চিন্তা তেজিয়োক। ভীম অৰ্জ্জুনক মোৰ লগত দিয়োক || তিনিবীৰে জৰাসন্ধ ৰাজাক বধিয়া। দিবো কৰ ভাৰ তুমি অনুমতি দিয়া॥৩০৫ শুনিয়া ৰাজাৰ মহ। হৰিষ মিলিল। কৃষ্ণৰ লগত দুয়ো বীৰক সাঞ্চিল॥ কৃষ্ণক বোলন্ত প্ৰভু চিন্তিয়ো উপায়। যেনমতে জৰাসন্ধ ৰাজা বদ্ধ যায়॥৩০৬ পাছে কৃষ্ণে উদ্ধৱৰ বচন সুমৰি। ভীম অৰ্জ্জুনক লগে লৈয়া দেৱহৰি॥ জৰাসন্ধ বধিবাক মনে হৃষিকেশ। চলিলা তিনিয়ো ব্ৰাহ্মণৰ ধৰি বেশ॥৩০৭: গিৰি ব্ৰজ পতি একে ৰথে গৈলা চলি। বৈত আছে বৃহদ্ৰথসুত মহাবলী॥ বিদুৰতে থৈয়া ৰথ আদিত্য বেলাত। ভৈলা তিনি বীৰ ৰাজ গৃহত সাক্ষাত॥৩০৮ দ্বাৰে নপশিয়া আতি কৰি মহালীলা। বাহুৰ আচাৰে ভীমে গৰক ভাঙ্গিলা || সেহি পথে গৈয়া অন্তস পুৰত। পশিলা। ৰসি আছে জৰাসন্ধ সাক্ষাতে দেখিলা॥৩০৯